• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত বিগ বাজাৰ শৃংখলাৰ প্ৰথমখন ষ্টোৰ উদ্বোধন

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
October 9, 2018 7:04 pm
IMG20181009155655 (1)
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ আগশাৰীৰ হাইপাৰমাৰ্কেট ‘ফিউছাৰ মাৰ্কেট’ৰ শৃংখলা ‘বিগ বাজাৰ’ এখন ষ্টোৰ ডিব্ৰুগড়ত আৰম্ভ কৰা হ’ব। ৩৬,০০০ বৰ্গফুট এলেকাত বিগ বাজাৰৰ ষ্টোৰখন ডিব্ৰুগড়ৰ এ টি ৰ’ডৰ ইণঅডিয়া ক্লাবৰ বিপৰীতে থকামাৰোৱাৰী পট্টিত মুকলি কৰা হৈছে। এই নতুন বিগ বাজাৰখনত ফেশ্যন, খাদ্য সামগ্ৰী, ইলেক্ট্ৰনিকছ, হোম ফাৰ্নিশ্বিং আদি ১,০০,০০০ বিধ সামগ্ৰী গ্ৰাহকে একেখন চালিৰ তলতে ক্ৰয় কৰিব পাৰিব।

এই ষ্টোৰখনত মুঠ ৪টা মহলা আছে। প্ৰথম মহলাত কেবল মহিলাৰ জনগোষ্ঠীয় ফেশ্যন সমগ্ৰী পোৱা যাব। ২য় মহলাত কেবল পুৰুষ আৰু শিশুৰ পশ্চিমীয়া, কেজুৱেল আৰু ফৰ্মেল ফেশ্যন আৰু মহিলাৰ পশ্চিমীয়া সাজ-সজ্জা পোৱা যাব। গ্ৰাহকসকলে জেলাছ-২১, ডিজে এণ্ড চি, এটিছা, বাফেলো, চেম্পিয়ন আৰু লী কুপাৰ আদি ব্ৰেণ্ডৰ শেহতীয়া ফেশ্যনৰ সাজ-সজ্জা ক্ৰয় কৰিব পাৰিব। ষ্টোৰৰ ৩য় মহলাত জোতা চেণ্ডেল, হোম ফেশ্যন, কিচ্চেন সামগ্ৰী, খেলৰ সামগ্ৰী, ষ্টেশ্যনাৰি সামগ্ৰী, পুতলা আৰু আন বহুতো সামগ্ৰী থকিব। ওপৰৰ মহলাত খাদ্য, ষ্টেপলছ, গেলামাল, শাক-পাচলি, ফল-মূল আৰু আন আন দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী থাকিব।

Apply Now

বিগ বাজাৰে প্ৰতিশ্ৰুতি দিছে যে প্ৰায় ১৫,০০ বিধ নিত্য ব্যৱহাৰ্য সামগ্ৰী আটাইতকৈ কম দামত বিক্ৰি কৰিব। তাৰ বাবিৰেও নিৰ্দিষ্ট কেইটামান দিনত ৰেহাই মূল্যত সামগ্ৰী ক্ৰয় কৰিব পাৰিব ক্ৰেতাই।

বিগ বাজাৰৰ এই ষ্টোৰখন উদ্বোধন হোৱাৰ লগে লগে ডিব্ৰুগড়বাসীয়েও বিগ বাজাৰৰ ‘প্ৰফিট ক্লাব’ৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। গ্ৰাহকে ১০,০০০ টকাৰে সদস্যভুক্ত হৈ প্ৰতি মাহে ১০০০ টকাকৈ এবছৰত মুঠ ১২,০০০ টকাৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব। এই সদস্যভুক্তি দেশৰ ২৮০ খনতকৈও অধিক সংখ্যক বিগ বাজাৰ, ফুড বাজাৰ আৰু এফএফবিত উপলব্ধ।

গ্ৰাহকসকলে ফিউশ্বাৰ গ্ৰুপৰ ‘ডিজিটেল ৱালেট’ ‘ফিউশ্বাৰ পে’ৰ জৰিয়তে বিগ বাজাৰ, এফএফবি, ইজ’ন, হাইপাৰচিটি, চেণ্ট্ৰেল, ইজিডে ক্লাব, হেৰিটেজ, নীলগিৰিজ আৰু ব্ৰেণ্ড ফেক্টৰিকে ধৰি ১০০০ৰো অধিক গ্ৰুপ ষ্টোৰত সামগ্ৰী ক্ৰয় কৰিব পাৰিব।

বিগ বাজাৰে ডিব্ৰুগড়লৈ সুবিধাজনকভাৱে বজাৰ কৰাৰ অভিজ্ঞতা লৈ আহিছে। ইয়াৰ বিশাল এলেকাত গ্ৰাহকে আৰামেৰে বস্তু ক্ৰয় কৰিব পাৰে। ষ্টোৰখনত স্মাৰ্ট আৰু নিৰাপদ ট্ৰায়েল ৰুম আছে। তাৰোপৰি দুয়োফালে প্ৰশস্ত পথ আৰু প্ৰশিক্ষিত কৰ্মচাৰী আছে যিয়ে বজাৰ কৰাটো আনন্দদায়ক কৰি তোলে।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd