• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শালনাত উদ্ধাৰ দুষ্প্ৰাপ্য কিং-ক’ব্ৰা; দুলু বৰাই উদ্ধাৰ কৰি মুকলি কৰি দিলে সংৰক্ষিত বনাঞ্চলত

NE NOW NEWS ভার্গব হাজৰিকা
পুৰণিগুডাম , July 6, 2020 1:10 pm

1 min read

VideoCapture_20200706-122734

ফটো: নৰ্থইষ্ট নাও

3k
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ শালনাত উদ্ধাৰ হ’ল এডাল বৃহৎকায় কিং-ক’ব্ৰা অৰ্থাৎ ৰাজফেঁটি।

এজন স্থানীয় লোকৰ ঘৰৰ নাদত পৰি আৱদ্ধ হৈ থকা দুষ্প্ৰাপ্য সাপডালৰ বিষয়ে জানিব পাৰি সাপডাল উদ্ধাৰ কৰিবৰ বাবে ঠাই খনত উপস্থিত হয় চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা।

পৰিত্যক্ত নাদটোৰ পৰা কিং-ক’ব্ৰা ডালক বহু চেষ্টাৰ অন্তত অতি যতনেৰে উদ্ধাৰ কৰি অৱশেষত বন বিভাগৰ লোকৰ উপস্থিতিত চোৱাং সংৰক্ষিত বনাঞ্চলত সাপডালক মুকলি কৰি দিয়ে।

FB_IMG_1594018598481
ফটো: নৰ্থইষ্ট নাও

মুখ্য মন্ত্ৰী সামূহিক কৰ্ম বটাঁ প্ৰাপক প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই  ঘটনাস্থলীৰ পৰা প্ৰায় ১০ফুট দৈৰ্ঘ্যৰ কিং-ক’ব্ৰা ডাল উদ্ধাৰ কৰি বনাঞ্চলত মুকলি কৰি প্ৰকৃতিপ্ৰেমৰ দৃষ্টান্ত দাঙি ধৰে।

অকল সেয়াই নহয়, বানপানীৰ সময়ত কোনো বন্য জীৱ-জন্তু জনাঞ্চলত প্ৰবেশ কৰিলে কেনেকৈ সেইসমূহক উদ্ধাৰ তথা সুৰক্ষা প্ৰদান কৰিব লাগে তাৰ বিষয়েও অঞ্চলবাসীৰ মাজত বৰাক সজাগতা সৃষ্টিৰ পূৰ্ণ প্ৰয়াস কৰা দেখা যায়।

Recent News

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd