• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাঞ্চল্য! বিশ্বনাথত অপহৃত ৪টি শিশুক উদ্ধাৰ; অপহৰণকাৰীক গ্ৰেপ্তাৰ বিহালী আৰক্ষীৰ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
May 16, 2021 6:31 am
Child lifter

শিশু অপহৰণকাৰী কেইজন ক্ৰমে ইফৰান খান, জোৎস্না দেউৰী, দামোদৰ দেউৰী আৰু আশীষ পানিকা। ফটো: নৰ্থইষ্ট নাও।

620
VIEWS
Share on FacebookShare on Twitter

বিহালী বিধানসভা সমষ্টিৰ অন্তর্গত মৰাণগাওঁ আৰু টুংবাৰীৰ পৰা ৪টি কৈ শিশু যোৱা ছয়মাহৰ ভিতৰত অপহৰণ কৰি নিয়া  অপহৰণকাৰীক শনিবাৰে বিহালী থানাৰ ভাৰপ্রাপ্ত বিষয়া আৰু বিহালী আৰক্ষী চক্র বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে শিশু কেইটিকো উদ্ধাৰ কৰে।

জানিব পৰা মতে, যোৱা ৬মে’ত ইফৰান খান (২০)আৰু চুমন দাস(১৫)নামৰ ২জনক ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিয়াৰ পিছত আৰক্ষীয়ে  তদন্ত কৰি যোৱা ১২ মে’ত ডফলাগড়ৰ আশীষ পাণিকা ওৰফে বাবু আৰু গহপুৰৰ চত্রঙৰ জোস্না দেউৰী(২৮),তেওঁৰ স্বামী দামোদৰ দেউৰীক আটক কৰে।

তেওঁলোকক আৰক্ষীয়ে আটক কৰি সোধপোচ কৰোতে কালি অৰুণাচলৰ পৰা শিশু কেইটি আনি জোস্নাৰ ঘৰত থৈ যায়।

পিছত আৰক্ষীয়ে শিশু কেইটিক লৈ আনি কালি স্বাস্থ্য পৰীক্ষা কৰি আদালতত হাজিৰ কৰাই শিশুকেইটিক পৰিয়ালক চমজাই দিয়াৰ ব্যৱস্থা কৰাৰ লগতে অপৰাধী কেইজনক জেললৈ প্রেৰণ কৰিছে।

অপহৰণকাৰী কেইজনে আৰক্ষীক জনোৱা মতে, ইফৰান খান আৰু চুমন দাসে শিশু কেইটিক ফুচুলাই নি আশীষ পাণিকাক গটাই দিয়াৰ পিচত আশীষ পানীকাই জোস্না দেউৰীক দিয়ে আৰু জোস্নাই অৰুণাচলৰ গংগাৰ এখন দোকানত আনিয়া মালা নামৰ এগৰাকী ব্যক্তিক গটাই দিয়ে।

এটি শিশুৰ বাবদ তেওঁলোকে ৮০হেজাৰৰ পৰা ৯০হেজাৰ টকা লাভ কৰে। বুলি  আৰক্ষীৰ আগত স্বীকাৰ কৰিছে।

বিহালী থানাৰ ভাৰপ্রাপ্ত বিষয়া কমল বড়ো আৰু চক্র পৰিদর্শক ৰিষেশ্বৰ শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ দলে দেৱতুল্য শিশু কেইটিক উদ্ধাৰ কৰা কাৰ্য্যক অঞ্চলটোৰ ৰাইজে প্রশংসা কৰিছে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd