• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিজেপিৰে সংঘাত! ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শপত গ্ৰহণ অনুষ্ঠানত অনুপস্থিত নীতিশ কুমাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2022 8:40 pm
Droupadi Murmu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ শাসকীয় মিত্ৰজোঁট জেডি(ইউ) আৰু বিজেপিৰ মাজত চলি থকা সংঘাতৰ খবৰ পুনৰ এবাৰ চৰ্চালৈ আহিছে। আজি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শপত গ্ৰহণ অনুষ্ঠানত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ অনুপস্থিত থকাৰ পিছত বিজেপি আৰু জেডি(ইউ)ৰ মাজত সংঘাতৰ বাতৰি অধিক স্পষ্ট হৈ পৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিৰ শীৰ্ষ বিষয়াসকলৰ দ্বাৰা আয়োজিত কেইবাটাও অনুষ্ঠানত ভাগ লোৱাৰ পৰা বিৰত আছিল।

Apply Now

যোৱা ১৭ জুলাইত তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহ্বান কৰা মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠকৰ পৰা আঁতৰি আছিল।

আনকি শুকুৰবাৰে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বাবে আয়োজন কৰা নৈশ ভোজৰ অনুষ্ঠানো বাদ দিছিল।

আনহাতে নীতিশ কুমাৰৰ অনুপস্থিতি সন্দৰ্ভত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে জনতা দল-ইউনাইটেড সংসদীয় পৰিষদৰ মুৰব্বী উপেন্দ্ৰ কুশৱাহাই ‘মুখ্যমন্ত্ৰীয়ে সকলো অনুষ্ঠানত উপস্থিত থাকিবলৈ বাধ্য নহয়’ বুলি মন্তব্য কৰিছে।

“শপত গ্ৰহণ অনুষ্ঠানলৈ যোৱাটো কেৱল এক আনুষ্ঠানিকতা। প্ৰতিটো অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকী উপস্থিত থকাটো প্ৰয়োজনীয় নহয়।”— কুশৱাহাই কয়।

ইফালে ২০২৪ চনত হ’বলগীয়া লোকসভা নিৰ্বাচন পূৰ্বে এক উচ্চ পৰ্যায়ৰ বৈঠকৰ বাবে বিজেপি নেতা অমিত শ্বাহ আৰু জে পি নাড্ডাই শীঘ্ৰেই পাটনা ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।

বিজেপি নেতাদ্বয়ৰ প্ৰস্তাৱিত ভ্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কুশৱাহাই কয় যে বিহাৰত নীতিশ কুমাৰেই হৈছে আটাইতকৈ ডাঙৰ নেতা।

“আন এটা দলৰ কোনো শীৰ্ষ নেতা বিহাৰলৈ আহিলে আমাৰ বাবে কোনো গুৰুত্ব নাই” বুলিও মন্তব্য কৰিছিল জেডি (ইউ) ৰ নেতাগৰাকীয়ে।

কুশৱাহাৰ এই মন্তব্যই বিহাৰত বিজেপি আৰু জেডি-ইউৰ মাজত যে ৰাজনৈতিক সম্বন্ধত এক সংঘাতপূৰ্ণ পৰিস্থিতি বিৰাজ কৰিছে, তাৰ স্পষ্ট ইঙ্গিত বহন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am
২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am
২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd