DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এজন ব্যক্তিৰ বেংক একাউণ্টত সোমাল ৫ লক্ষাধিক টকা,ক’লে- এইয়া মোদীৰ ১৫ লাখ টকাৰ প্ৰথমটো কিস্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2021 6:53 pm
15 Lakh
402
VIEWS
Share on FacebookShare on Twitter

বিহাৰৰ খাগৰীয়া জিলাৰ এজন ব্যক্তিৰ বেংক একাউণ্টত ভুলৱশত সোমাল ৫,৫০,০০০ টকা।

খাগৰীয়া জিলাৰ মানসী পুলিচ চকীৰ অন্তৰ্গত বখতিয়াৰপুৰ গাঁৱৰ ৰঞ্জিত দাস নামৰ এজন ব্যক্তিৰ বেংক একাউণ্টত এই বছৰৰে মাৰ্চ মাহত ভুলৱশত গ্ৰামীণ বেংকৰ পৰা ৫,৫০,০০০ টকাৰ বিশাল ধনৰাশি লেনদেন হয়।

ইয়াৰ পাছতে এই টকা ঘূৰাই দিবলৈ বেংকৰ ফালৰ পৰা ৰঞ্জিত দাসলৈ কেইবাবাৰো জাননী প্ৰেৰণ কৰে। কিন্তু ইয়াৰ পাছতো এই ধনৰাশী ঘূৰাই দিবলৈ অস্বীকাৰ কৰে ৰঞ্জিত দাসে।

‘’ এই টকাখিনি লাভ কৰি মই বহুত আনন্দ পাইছিলো। মই ভাবিছিলো এইয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰি আমাৰে ১৫ লাখ টকাৰ প্ৰথমটো কিস্তি হিচাপে আমালৈ আগবঢ়াইছে। সেয়েহে মই গোটেই ধনৰাশী বেংকৰ পৰা উলিয়াই আনি ইতিমধ্যে খৰচ কৰি পেলাইছো। মোৰ বেংক একাউণ্টত বৰ্তমান ইয়াৰ এক টকাও নাই’’- সংবাদ মাধ্যমৰ আগত এইদৰে কয় দাসে।

স্মৰ্তব্য যে,২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত নৰেন্দ্ৰ মোদীয়ে প্ৰতিশ্ৰুতি দিছিল যে,দেশৰ বাহিৰত জমা হৈ থকা সকলো ক’লাধন তেওঁ দেশলৈ ঘূৰাই আনিব আৰু দেশৰ প্ৰতিজন ব্যক্তিৰ বেংক একাউণ্টত ১৫ লাখকৈ টকা ভৰাই দিব।

অৱশ্যে নিৰ্বাচনত জয়ী হৈ এই প্ৰতিশ্ৰুতি পাহৰি পেলালে মোদীয়ে। দেশলৈ ক’লা ধন ঘূৰাই অনা বাদেই,তেখেতৰ প্ৰধানমন্ত্ৰীত্ব কালত কেইবাজনো পুঁজিপতিয়ে ক’লাধনসহ দেশ এৰি পলায়নহে কৰে।

ইতিমধ্যে এই খবৰটো বিয়পি পৰাৰ পাছত বৰ্তমান ই জনগণৰ মাজত খোৰাকৰ সৃষ্টি কৰিছে।

মানসী পুলিচ চকীৰ আৰক্ষী বিষয়া দীপক কুমাৰে জানিবলৈ দিয়া মতে,বেংকৰ বিভাগীয় কৰ্ত্তৃপক্ষৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ৰঞ্জিত দাসক আটক কৰিছে। বৰ্তমান তেওঁক পুলিচ আৱেষ্টনীত ৰখা হৈছে।

Recent News

Applications are invited for various teaching and research based positions under NIELIT Guwahati.

Assam Career : NIELIT গুৱাহাটীত বিভিন্ন খালী পদৰ পূৰণৰ বাবে আবেদন আহ্বান, কিদৰে কৰিব আবেদন?

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 05 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

দুখন দেশ – দুটা ৰায়

দুখন দেশ – দুটা ৰায়

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd