DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’না সংক্ৰমণৰ ফলত আৰু এগৰাকী মন্ত্ৰীৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
October 16, 2020 9:27 am
ক’ৰ’না সংক্ৰমণৰ ফলত আৰু এগৰাকী মন্ত্ৰীৰ দেহাৱসান
2.1k
VIEWS
Share on FacebookShare on Twitter

মহামাৰী ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত বিহাৰ চৰকাৰৰ আৰু এগৰাকী মন্ত্ৰী মৃত্যুমুখত পৰিছে। মৃত্যু হোৱা মন্ত্ৰী গৰাকী হৈছে কপিল দেব কামত।

মধুবনীৰ বাবুবৰহীৰ পৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা কামত ৰাজ্য চৰকাৰৰ পঞ্চায়তী ৰাজ মন্ত্ৰী আছিল।

মন্ত্ৰী গৰাকীৰ নিধনত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰে গভীৰ শোক প্ৰকাশ কৰে।

উল্লেখ্য যে ক’ৰ’না সংক্ৰমণ হোৱাৰ পিছৰে পৰা মন্ত্ৰী কামতৰ শাৰিৰীক অৱস্থাৰ দ্ৰুত অৱনতি ঘটিবলৈ ধৰিছিল।

পাটনা এইমছত চিকিৎসা গ্ৰহণ কৰি থকা কামাতৰ আগৰে পৰা কিডনীৰ সমস্যা আছিল। ভেণ্টিলেটৰত ৰাখি চিকিৎসা প্ৰদান কৰি আছিল যদিও মাজ নিশা তেওঁৰ মৃত্যু ঘটে।

মন্ত্ৰী গৰাকীৰ মৃত্যুত মুখ্য মন্ত্ৰী নীতিশ কুমাৰে কয় যে তেওঁ অতি সহজ-সৰল ব্যক্তি আছিল। কেবিনেটত মোৰ সহযোগী হোৱাৰ উপৰি সুশাসক আৰু জনপ্ৰিয় নেতা আছিল।

এইগৰাকী মন্ত্ৰীৰ মৃত্যুত মুখ্য মন্ত্ৰী নীতিশে ব্যক্তিগতভাৱে ৎথেষ্ট দুখ পোৱা বুলি উল্লেখ কৰি তেওঁৰ মৃত্যু ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে।

ইফালে জানিব পৰা মতে আজি ৰাজকীয় সন্মানেৰে মন্ত্ৰী কপিল দেব কামাতৰ অন্তিম সৎকাৰ কৰা হ’ব।

Recent News

বিটিআৰত বাস কৰা অবড়ো লোকক মাটিৰ পট্টা প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট

বিটিআৰত বাস কৰা অবড়ো লোকক মাটিৰ পট্টা প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট

Aryan Khan in cruise drugs case

ড্ৰাগছৰ গোচৰত অভিযোগমুক্ত হ’ল শ্বাহৰুখ তনয়: নিৰ্দোষী ঘোষণা নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ

তেলেংগানাত ১৭ গৰাকী মহিলাক হত্যা কৰা অপৰাধীক শাস্তি বিহিলে আদালতে, কি শাস্তি?

তেলেংগানাত ১৭ গৰাকী মহিলাক হত্যা কৰা অপৰাধীক শাস্তি বিহিলে আদালতে, কি শাস্তি?

Chittaranjan Basumatary

অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd