• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দ্বাদশ উত্তীৰ্ণ, চলি আছে ৫টা গোচৰ; বিজেপিৰ নতুন সৰ্বভাৰতীয় কাৰ্যকৰী সভাপতি নীতিন নবীন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2025 9:50 am
50
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰ চৰকাৰৰ মন্ত্ৰী নীতিন নবীনৰ ওপৰত এতিয়া বৃহৎ দায়িত্ব। বৰ্তমান তেওঁ ভাৰতীয় জনতা পাৰ্টি বা বিজেপিৰ সৰ্বভাৰতীয় কাৰ্যকৰী সভাপতি। ৪৫ বছৰীয়া নীতিনক ইমান ডাঙৰ দায়িত্বলৈ অনাৰ পিছৰে পৰা বিজেপি কৰ্মী আৰু সাধাৰণ জনতাৰ মাজত চৰ্চা লাভ কৰিছে।

দৰাচলতে নীতিন নবীন ৰাজনৈতিক খেলপথাৰত অভিজ্ঞ বেটছমেন। পাটনাৰ বাংকীপুৰ আসনৰ পৰা ৫ বাৰ বিধানসভা নিৰ্বাচনত জয়ী হৈছে। তেওঁৰ জন্ম হৈছিল পাটনাত। তেওঁ বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক নবীন কিশোৰ প্ৰসাদ সিনহাৰ পুত্ৰ। সম্প্ৰতি নবীন বিহাৰৰ নীতিশ চৰকাৰৰ মন্ত্ৰীও।

Apply Now

বিহাৰ নিৰ্বাচনৰ সময়ত দিয়া তথ্য অনুসৰি নবীনৰ পত্নীৰ নাম দীপমালা শ্ৰীবাস্তৱ। তেওঁৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে।

পিতৃৰ মৃত্যুৰ পিছৰে পৰা নীতিন নবীন সক্ৰিয়ভাৱে ৰাজনীতিত জড়িত হৈ আছে। ২০০৬ চনৰ উপ-নিৰ্বাচনৰ পৰাই তেওঁ যাত্ৰা আৰম্ভ কৰিছিল। তাৰ পিছত ২০১০, ২০১৫, ২০২০ আৰু ২০২৫ চনৰ নিৰ্বাচনত একেৰাহে জয়লাভ কৰে। ২০২৫ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ লাভ কৰিছিল ৯৮,২৯৯টা ভোট। তেওঁ ৫১,৯৩৬টা ভোটত আৰজেডিৰ প্ৰাৰ্থী ৰেখা কুমাৰীক পৰাস্ত কৰে।

শপতনামা অনুসৰি নীতিন নবীন হৈছে দ্বাদশ উত্তীৰ্ণ। ১৯৯৬ চনত ছেইণ্ট মাইকেল হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰে। তাৰ পিছত চি এছ কে এম পাব্লিক স্কুলৰ পৰা ইণ্টাৰমিডিয়েট পাছ কৰে।

ছচিয়েল মিডিয়াত তেওঁ অতি সক্ৰিয়। তেওঁৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, লিংকডইন আৰু ইউটিউব আছে। ইয়াৰ সমান্তৰালকৈ তেওঁ ফোন আৰু হোৱাটছএপতো অতি সক্ৰিয়।

শপতনামা অনুসৰি তেওঁৰ মুঠ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৯৯,৭১,৪৭৮ টকা। তেওঁৰ পত্নীৰ স্থাৱৰ সম্পত্তি ৬৬.৫২ লাখ টকা। যদি আমি স্থাৱৰ সম্পত্তিৰ কথা কওঁ, তেন্তে নবীনৰ হাতত বেছি নাই। তেওঁৰ নামত কোনো মাটি বা অট্টালিকা নাই। যদিও তেওঁৰ পত্নীৰ নামত ১.৪৭ কোটি টকাৰ স্থাৱৰ সম্পত্তি আছে।

ইয়াৰ উপৰিও নবীনৰ ফিক্সড ডিপ’জিট আছে ৪২,৬০,৯৬১.৭৫ টকা। তেওঁৰ স্ক’ৰপিঅ’ আৰু এখন ইন’ভা ক্ৰীষ্টা আছে। ইয়াৰ উপৰিও তেওঁৰ পত্নীৰ হাতত আছে ৭০ গ্ৰাম সোণ আৰু ৪০০ গ্ৰাম ৰূপৰ গহনা। আনহাতে নবীনৰ হাতত আছে ১.৪০ লাখ টকাৰ সোণৰ গহনা।

আয়কৰ ৰিটাৰ্ণ অনুসৰি যোৱা ৫ বছৰত নীতিনৰ মুঠ বাৰ্ষিক আয় বছৰি ৩.৩৫ লাখৰ পৰা ৩.৭১ লাখ টকাৰ ভিতৰত।

কোনো গোচৰতে দোষী সাব্যস্ত হোৱা নাই বুলিও জনায় নবীনে। অৱশ্যে তেওঁৰ নামত এতিয়াও ৫টা গোচৰ বিচাৰাধীন হৈ আছে। আৰু এই গোচৰসমূহ ৰাজনীতিৰ সৈতে জড়িত বুলিও তেওঁ দাবী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd