• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিহাৰত অৱস্থা কাহিল ৰাহুল গান্ধীৰ! ‘ভোটাৰ অধিকাৰ যাত্ৰা’ কৰা সকলো সমষ্টিতে কংগ্ৰেছৰ শোচনীয় পৰাজয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2025 10:46 am
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰ বিধানসভা নিৰ্বাচনত অভিলেখ সংখ্যক আসন লাভ কৰি জয়ৰ দিশে আগবাঢ়িছে এন ডি এ মিত্ৰজোঁট। ইয়াৰ ফলত জে ডি ইউক পিছ পেলাই বিহাৰত একক সংখ্যাগৰিষ্ঠ দল হোৱাৰ পথত আগবাঢ়িছে বিজেপি। কিন্তু এই পৰাজয়ে কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ বাবে এক বৃহৎ ক্ষতি।

নিৰ্বাচনৰ ফলাফলত দেখা গৈছে যে ৰাহুল গান্ধীৰ ‘ভোটাৰ অধিকাৰ যাত্ৰা‘-ই সামৰি লোৱা ১১০খন আসনৰ কোনো এখনতে তেওঁৰ দলৰ পক্ষত ফলাফল যোৱা নাই।

Apply Now

জানিব পৰা মতে, ৰাহুল গান্ধীৰ এই ‘ভোটাৰ অধিকাৰ যাত্ৰা‘ ছাছাৰামৰ পৰা আৰম্ভ হৈ পাটনাতে শেষ হৈছিল। এই যাত্ৰা প্ৰায় ২৫খন জিলা আৰু ১১০খন আসনৰ মাজেৰে পাৰ হৈছিল। এই যাত্ৰাত ৰাহুলে বিহাৰৰ ভিতৰত প্ৰায় ১৩০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিছিল। কিন্তু ভোট গণনাৰ পৰা স্পষ্ট হৈ পৰিছে যে এই যাত্ৰাৰ কোনো ইতিবাচক ফলাফল কংগ্ৰেছৰ বাবে অহা নাই। বৰ্তমান কংগ্ৰেছ দলটোৱে বিহাৰৰ মাত্ৰ দুখন আসন, কিষাণগঞ্জ আৰু মণিহাৰীতহে আগবাঢ়ি আছে।

কংগ্ৰেছে ৰাহুলৰ পূৰ্বৰ যাত্ৰাসমূহৰ সফলতাৰ কথা মনত ৰাখিছিল। কংগ্ৰেছে দাবী কৰিছিল যে ৰাহুলৰ পূৰ্বৰ যাত্ৰাসমূহে ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০২৩ চনৰ তেলেংগানা নিৰ্বাচনত তেওঁলোকক ভাল প্ৰদৰ্শন কৰাত সহায় কৰিছিল। ২০২২ চনৰ পৰা ২০২৪ চনৰ ভিতৰত গান্ধীয়ে কৰা দুখন ‘ভাৰত জোডো‘ যাত্ৰাৰ ফলত কংগ্ৰেছে ৪১খন আসন লাভ কৰিছিল। আনকি তেলেংগানাত কংগ্ৰেছে নিৰ্বাচনত জয়ী হৈ চৰকাৰো গঠন কৰিছিল। কিন্তু বিহাৰত ইয়াৰ ফলাফল একেবাৰেই ওলোটা দেখা গৈছে।

বিহাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাহুল গান্ধী আৰু কংগ্ৰেছে SIR , ভোট ৰিগিং আদি বিষয়সমূহক প্ৰচাৰৰ মূল বিষয় হিচাপে উত্থাপন কৰিছিল, যিবোৰ বিহাৰৰ স্থানীয় বিষয় নাছিল। তদুপৰি SIR শেষ হোৱাৰ পিছতো বহু বৈধ ভোটাৰৰ নাম আঁতৰোৱা নোহোৱাৰ ফলত এই বিষয়টোও তেনেকৈ গুৰুত্ব লাভ কৰা নাছিল। ইয়াৰ ফলত নিবনুৱা সমস্যা, দলিতৰ ওপৰত অত্যাচাৰ, দুৰ্নীতি আদি মূল স্থানীয় বিষয়সমূহ পিছ পৰি ৰৈছিল। আনহাতে, তেজস্বী যাদৱে শেষ মুহূৰ্তত সকলো পৰিয়ালকে চাকৰি প্ৰদান কৰাৰ যি ঘোষণা কৰিছিল, সেয়াও ৰাইজৰ বাবে বিশেষ বিশ্বাসযোগ্য নাছিল।

বিহাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা অধিকাংশ আসনতে এন ডি এ মিত্ৰজোঁটে জয়লাভ কৰিছে। বিজেপি আৰু জে ডি ইউ দুয়োটা দলেই সৰহ সংখ্যক আসন লাভ কৰে। বৰ্তমান বিজেপিয়ে ৯৫খন আসনত আৰু জে ডি ইউয়ে ৮৫খন আসনত আগবাঢ়ি আছে। ইয়াৰ উপৰিও, মিত্ৰজোঁটৰ আন অংশীদাৰসকলেও নিৰ্বাচনত যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে। চিৰাগ পাছৱানৰ লোক জনশক্তি পাৰ্টি (ৰাম বিলাস) প্ৰতিদ্বন্দ্বিতা কৰা ২৮খন আসনৰ ভিতৰত ২২খন আসনত আগবাঢ়ি আছে। উপেন্দ্ৰ কুশৱাহাৰ আৰ এল এম ৬ খনৰ ভিতৰত ৩ খনত আৰু জীতন ৰাম মাঞ্জীৰ এইচ এ এম ৬ খনৰ ভিতৰত ৫ খন আসনত আগবাঢ়ি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd