• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ: চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল ২২.৭ লাখ মহিলা ভোটাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2025 1:17 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰত হোৱা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণত ৰাজ্যখনৰ ২২.৭ লাখ মহিলা ভোটাৰৰ নাম আঁতৰোৱা হৈছে। ইয়াৰ ফলত বছৰৰ শেষৰ ফালে বিহাৰত হ’বলগীয়া বিধানসভা নিৰ্বাচনত প্ৰভাৱ পৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে দাবী কৰিছে।

দ্য ট্ৰিবিউনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৰাজ্যখনত ৩.৫ কোটি মহিলা ভোটাৰ আছে, আৰু ইয়াৰে ২২.৭ লাখ ভোটাৰৰ নাম আঁতৰাই পেলোৱা হৈছে। পুৰুষ ভোটাৰৰ মুঠ সংখ্যা ৩.৯২ কোটিৰ পৰা ১৫.৫ লাখৰ পুৰুষ ভোটাৰ নাম আঁতৰোৱা হয়, যাৰ ফলত লিংগভিত্তিক বৈষম্যৰ সৃষ্টি হয়। পুৰুষ ভোটাৰৰ সংখ্যা বেছি হোৱাৰ পিছতো মহিলা ভোটাৰৰ তুলনাত পুৰুষ ভোটাৰৰ কম নাম পৰিমাণে আঁতৰোৱা হ’ল।

Apply Now

নিৰ্বাচনী তালিকাৰ পৰা মহিলা ভোটাৰৰ নাম বাদ পৰাৰ সময়ত শাসকীয় বিজেপি-জেডিইউৰ মিত্ৰজোঁটে নিজৰ এজেণ্ডাত মহিলা কল্যাণক এক গুৰুত্বপূৰ্ণ নিৰ্বাচনী বিষয় হিচাপে চিহ্নিত কৰিছে।

স্মৰ্তব্য যে, শুকুৰবাৰে (৩ অক্টোবৰ) বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনাৰ অধীনত ২৫ লাখ মহিলা হিতাধিকাৰীৰ প্ৰতিগৰাকীক ১০ হাজাৰ টকা প্ৰদান কৰে। ঊনত্ৰিশ আগষ্টত ঘোষণা কৰা আৰু ২৬ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা এই আঁচনিখনত বৰ্তমান এক কোটি মহিলা হিতাধিকাৰী আছে।

মহিলা ভোটাৰৰ হাৰ সৰ্বাধিক হ্ৰাস পোৱা জিলাখন হ’ল গোপালগঞ্জ, য’ত মহিলা ভোটাৰৰ সংখ্যা ১৫.১% অৰ্থাৎ ১ লাখ ৫০ হাজাৰ মহিলা ভোটাৰ হ্ৰাস পাইছে, তাৰ পাছতে আছে মধুবনী জিলা, য’ ত ১ লাখ ৩০ হাজাৰ মহিলা ভোটাৰ আৰু পূব চম্পাৰণ জিলাৰ ১, ১০,০০০ মহিলা ভোটাৰৰ নাম আঁতৰোৱা হৈছে।

দ্য ট্ৰিবিউনৰ প্ৰতিবেদন অনুসৰি আন দুখন জিলা সাৰণ আৰু ভাগলপুৰতো প্ৰায় এক লাখ মহিলা ভোটাৰৰ নাম আঁতৰ কৰা হৈছে।

সৰ্বাধিক ভোটাৰ বাদ পৰা ছখন জিলা – গোপালগঞ্জ, মধুবনী, পূব চম্পাৰণ, সাৰণ, ভাগলপুৰ, আৰু পাটনাত মুঠ ৫৯ খন বিধানসভাৰ আসন আছে।

উল্লেখ্য যে ২০২০ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত বিৰোধী দলৰ মহাজোটে এই ৫৯ খন আসনৰ ভিতৰত ২৫খন আসন লাভ কৰাৰ বিপৰীতে এন ডি এয়ে ৩৪খন আসন লাভ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd