NORTHEAST NOW (Assamese)

Bihu Special Quiz:বিহুৰ বিষয়ে নজনা কথাবোৰ জানো আহক

April 15, 2023 10:00 pm ·
Updated: April 15, 2023 10:01 pm

Welcome to your Bihu

গুৱাহাটী লতাশিল খেলপথাৰত কেতিয়া প্ৰথমবাৰৰ বাবে বিহু উদযাপন কৰা হৈছিল?
মানুহৰ বিহু ব’হাগ মাহৰ কেই তাৰিখে পালন কৰা হয়?

বড়ো সকলে পালন কৰা ব’হাগী উৎসৱটোৰ নাম কি?

বিহুৰ আগদিনাক কি বুলি জনা যায়?

তলৰ কোনবিধ সঁজুলি তাঁত শালত ব্যৱহাৰ নহয়?

বিহুত নাচনীয়ে খোপাত ব্যৱহাৰ হোৱা কৰা কপৌ ফুলপাহৰ নাম কি?

মিচিং ভাষাত গণনাক কি বুলি কোৱা হয়?

ঢোলৰ সোঁফালে মাৰিৰে বজোৱা ছালখনক কি বুলি কয়?

বিহু নামৰ লগত তলৰ কোনটো বিষয়ৰ সম্পৰ্ক নাই?

তলৰ কোনজন ব্যক্তি বিহুৰ লগত বিশেষভাবে জড়িত নহয়?

.

.

.

Also Read: Mughal Empire Quiz 2023

Also Read: Student Quiz 2023

Related News