• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চামগুৰিত দুই গভাইত বাইক চোৰ আটক

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
May 21, 2019 7:05 pm
1.9k
VIEWS
Share on FacebookShare on Twitter

আজি চামগুৰি আৰক্ষীৰ জালত পৰিল বাইকসহ দুগৰাকীকৈ গভাইত বাইক চোৰ। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ সহযোগত চামগুৰি আৰক্ষীয়ে অভিযান চলাই আজি পুৱা প্ৰায় ৩ বজাত বাইক চুৰিৰ অপৰাধত চামগুৰিৰ শিয়ালখাটিৰ পৰা ছিৰাজুল ইছলাম আৰু মিছা বাগানৰ পৰা জুনাচ চুৰেনক আটক কৰে।

আৰক্ষীয়ে জনোৱা মতে ধৃত জুনাচে কিছুদিন পূৰ্বে নগাঁৱৰ মিছাত নিশা অনুষ্ঠিত এক অনুষ্ঠানৰ পৰা এখন গ্লেমাৰ বাইক চোৰ কৰি বিক্ৰীৰ কৰিবৰ বাবে শিয়ালখাটিৰ ছিৰাজুল ইছলামৰ ঘৰত লুকুৱাই ৰাখিছিল।

ইয়াৰ পিছতে আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ছিৰাজুল ইছলামৰ ঘৰত অতৰ্কিতে অভিযান চলাই এ এছ-০২ পি-১০২২ নম্বৰৰ গ্লেমাৰ বাইকখন উদ্ধাৰ কৰাৰ লগতে চোৰ দুজনকো আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, চুৰিকাণ্ডৰ সন্দৰ্ভত মিছা আৰক্ষী থানাত বাইকখনৰ গৰাকীজনে ৪৯/১৯ নম্বৰৰ এটা গোচৰ ৰুজু কৰাইছিল। ইফালে ধৃত চোৰদুজনক জেৰাৰ অন্তত মিছা আৰক্ষীয়ে আদলতত হাজিৰ কৰাৰ দিহা কৰিছে।

Recent News

দিল্লী বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ বিমানত অগ্নিকাণ্ড

দিল্লী বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ বিমানত অগ্নিকাণ্ড

আৰক্ষীৰ জিম্মাত মৃত্যু যুৱকৰ! পৰিয়ালক ২৫ লাখ টকা দিবলৈ প্ৰশাসনক নিৰ্দেশ আদালতৰ

আৰক্ষীৰ জিম্মাত মৃত্যু যুৱকৰ! পৰিয়ালক ২৫ লাখ টকা দিবলৈ প্ৰশাসনক নিৰ্দেশ আদালতৰ

ঋণৰ বিনিময়ত ৬৪ কোটি টকাৰ উৎকোচ! আইচিআইচিআই বেংকৰ প্ৰাক্তন মুৰব্বী চন্দা কোছৰক দোষী সাব্যস্ত

ঋণৰ বিনিময়ত ৬৪ কোটি টকাৰ উৎকোচ! আইচিআইচিআই বেংকৰ প্ৰাক্তন মুৰব্বী চন্দা কোছৰক দোষী সাব্যস্ত

মুম্বাইৰ ৰে’ল বিস্ফোৰণৰ অভিযুক্তক দোষমুক্ত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মহাৰাষ্ট্ৰ চৰকাৰ

মুম্বাইৰ ৰে’ল বিস্ফোৰণৰ অভিযুক্তক দোষমুক্ত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মহাৰাষ্ট্ৰ চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd