• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঋণৰ বিনিময়ত ৬৪ কোটি টকাৰ উৎকোচ! আইচিআইচিআই বেংকৰ প্ৰাক্তন মুৰব্বী চন্দা কোছৰক দোষী সাব্যস্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2025 5:25 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩০০ কোটি টকাৰ ঋণৰ বিনিময়ত ৬৪ কোটি টকাৰ উৎকোচ! এই গুৰুতৰ গোচৰত আপীল ন্যায়াধিকৰণে আইচিআইচিআই বেংকৰ প্ৰাক্তন এমডি আৰু চিইঅ’ চন্দা কোছৰক দোষী সাব্যস্ত কৰিছে। অভিযোগ আছিল যে এই বৃহৎ ঋণ ভিডিঅ’কন কোম্পানীটোক চন্দাই সম্পূৰ্ণ অবৈধভাৱে দিছিল। ইয়াৰ পিছতে ভিডিঅ’কনে এই ধন চন্দাৰ স্বামী দীপক কোছাৰ কোম্পানীলৈ প্ৰেৰণ কৰে। কেৱল সেয়াই নহয়, ন্যায়াধিকৰণে এই গোচৰত ইডিৰ সম্পত্তি জব্দ কৰাৰ সিদ্ধান্তক বৈধ বুলি ঘোষণা কৰিছে।

চন্দাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আছিল যে ২০০৯ চনৰ ২৭ আগষ্টত আইচিআইচিআই বেংকে ভিডিঅ’কনক ৩০০ কোটি টকাৰ ঋণ অনুমোদন জনাইছিল। ঠিক পিছদিনা ভিডিঅ’কনে চন্দাৰ স্বামী দীপকৰ কোম্পানী ‘নিউ পাৱাৰ ৰিনিউৱেবলছ’লৈ ৬৪ কোটি টকা প্ৰেৰণ কৰে। ন্যায়াধিকৰণে এই কাণ্ডক ‘ঋণৰ সলনি উৎকোচ’ বুলি উল্লেখ কৰে। এই গোচৰত চন্দাক দোষী সাব্যস্ত কৰা ন্যায়াধিকৰণে কয় যে ঋণ অনুমোদনৰ নামত উৎকোচ লোৱাত কোনো সন্দেহ নাই। এই অপৰাধৰ সকলো প্ৰমাণ পোৱা গৈছে।

Apply Now

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ন্যায়াধিকৰণে কয় যে ঋণ অনুমোদন কৰাৰ সময়ত চন্দাই ভিডিঅ’কনৰ সৈতে স্বামীৰ ব্যৱসায়িক সম্পৰ্কৰ কথা প্ৰকাশ কৰা নাছিল। ফলত বেংকৰ স্বাৰ্থ উলংঘা কৰা হৈছে। চন্দা কোছৰে স্বামীৰ কাম-কাজৰ বিষয়ে অজ্ঞাত আছিল বুলি ক’ব নোৱাৰে। এই গোচৰত কোছৰ দম্পতীহালৰ ৭৮ কোটি টকাৰ সম্পত্তি জব্দ কৰাৰ সিদ্ধান্তক সমৰ্থন জনাইছে ন্যায়াধিকৰণে।

মন কৰিবলগীয়া যে এই গোচৰত চিবিআইয়ে ২০২২ চনৰ ২৩ ডিচেম্বৰত চন্দা কোছাৰ আৰু তেওঁৰ স্বামী দীপকক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু ২০২৩ চনৰ ৯ ডিচেম্বৰত বম্বে উচ্চ ন্যায়ালয়ে দম্পতীহালক গ্ৰেপ্তাৰ অবৈধ বুলি উল্লেখ কৰি জামিন মঞ্জুৰ কৰে। এইবাৰ ঋণ সম্পৰ্কীয় উৎকোচ গোচৰত দোষী সাব্যস্ত হ’ল চন্দা। প্ৰসংগক্ৰমে দেশৰ ‘সৰ্বাধিক বিখ্যাত বেংকাৰ’ আইচিআইচিআই বেংকৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক চন্দা কোছৰে এসময়ত বেংকাৰ হিচাপে খ্যাতি অৰ্জন কৰিছিল। খুচুৰা বেংকিং ব্যৱস্থা পুনৰ উদ্ভাৱনৰ ক্ষেত্ৰত তেওঁৰ অৱদান আজিও সৰ্বসন্মতিক্ৰমে স্বীকাৰ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd