• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰক্ষীৰ জিম্মাত মৃত্যু যুৱকৰ! পৰিয়ালক ২৫ লাখ টকা দিবলৈ প্ৰশাসনক নিৰ্দেশ আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2025 6:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি উচ্চতম ন্যায়ালয়ে জম্মু-কাশ্মীৰত এজন আৰক্ষী কনিষ্টবলক ক’ব নোৱাৰাকৈ নিৰ্যাতন চলোৱাৰ গোচৰত অভিযুক্তক কঠোৰ শাস্তি প্ৰদান কৰে। মঙলবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে তামিলনাডুত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা এজন লোকৰ পৰিয়ালক ২৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ ৰাজ্য প্ৰশাসনক নিৰ্দেশ দিয়ে।

২৮ জুনত উজনি ৰাজ্যত আৰক্ষীৰ জিম্মাত অজিত কুমাৰ নামৰ এজন যুৱকৰ মৃত্যু হয়। শেহতীয়াকৈ এই বিষয়টো সন্দৰ্ভত আদালতত গোচৰ ৰুজু হোৱাৰ সময়ত চৰকাৰী পক্ষই ইতিমধ্যে মৃতকৰ পৰিয়ালক ৭ লাখ ৫০ হাজাৰ টকীয়া অন্তৱৰ্তীকালীন আৰ্থিক সাহায্য প্ৰদান কৰা বুলি উল্লেখ কৰিছিল। অজিতৰ ভায়েককো মাটি আৰু চৰকাৰী চাকৰি দিয়া হৈছে। অৱশ্যে অজিতৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ভয়ানক নিৰ্যাতনৰ কথা জানিব পাৰি আদালতে কয় যে তদন্ত প্ৰক্ৰিয়াত প্ৰশাসনে অধিক সহায় আগবঢ়াব লাগিব। মাদ্ৰাজ উচ্চ ন্যায়ালয়েও মুঠ আৰ্থিক সাহায্য ৫০ লাখ টকাৰ নিৰ্দেশ দিছে।

Apply Now

যোৱা ২৭ জুনত অজিতক গহনা চুৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। পিছদিনা তেওঁৰ মৃত্যু হয়। তাৰ পিছত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এটা ভিডিঅ’। য’ত দেখা গ’ল যে অভিযুক্ত যুৱকজনক আৰক্ষীৰ জিম্মাত ক’ব নোৱাৰা নিৰ্যাতনৰ বলি কৰা হৈছে। অনবৰতে তেওঁক লাঠিৰে কোবাইছিল। এই কাৰণেই তেওঁৰ মৃত্যু হোৱা বুলি বিশ্বাস কৰা হয়। কিন্তু অভিযুক্ত আৰক্ষী বিষয়াসকলে দাবী কৰে যে অজিতে চুৰি কৰি পলায়ন কৰাৰ সময়ত মৃগী ৰোগত আক্ৰান্ত হৈছিল। ইয়াৰ ফলত তেওঁৰ মৃত্যু হয়। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত অজিতৰ শৰীৰত মুঠ ৪৪টা আঘাতৰ চিন দেখা গৈছে। একাধিক অংগৰ আভ্যন্তৰীণ ৰক্তক্ষৰণৰ বাবে তেওঁৰ মৃত্যু হয়।

২০২৩ চনৰ ২০ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ সংঘটিত হোৱা জম্মু-কাশ্মীৰৰ এই কাণ্ডৰ ফলত আৰক্ষী কনিষ্টবল খুৰশ্বিদ আহমেদ চৌহানক কুপৱাৰাৰ জেৰা কেন্দ্ৰত ৬ দিন ধৰি বন্দী কৰি ৰখাৰ লগতে ক’ব নোৱাৰা অত্যাচাৰৰ সন্মুখীন হৈছে। আদালতত খুৰশ্বিদে অভিযোগ কৰে যে প্ৰহাৰৰ উপৰিও তেওঁৰ যৌনাংগও কাটি পেলোৱা হৈছে। সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে আদালতলৈ গৈ নাগৰিকৰ মৌলিক অধিকাৰক লৈ প্ৰশ্ন উত্থাপন কৰে কনিষ্টবলগৰাকীয়ে। অৱশ্যে তেওঁৰ বিৰুদ্ধে আত্মহত্যাৰ চেষ্টাৰ গোচৰ ৰুজু কৰা হয়।

সোমবাৰে ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠৰ সন্মুখত এই গোচৰটো উত্থাপন হয়। পৰৱৰ্তী এমাহৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ চিবিআইক নিৰ্দেশ দিয়ে ন্যায়াধীশ দুগৰাকীয়ে। ঘটনাৰ লগত জড়িত অভিযুক্ত বিষয়াক এমাহৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ কোৱা হৈছে। ইয়াৰ সমান্তৰালকৈ খুৰছিদে জম্মু-কাশ্মীৰ প্ৰশাসনক ততাতৈয়াকৈ ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব। উচ্চতম ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে আত্মহত্যাৰ চেষ্টাৰ গোচৰো খাৰিজ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd