• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাপৰ-শালকোছাত আৰক্ষীৰ অভিযান, চুৰি বাইক আৰু বৃহৎ পৰিমাণৰ সুৰাসহ তিনি দুৰ্ধৰ্ষ চোৰ আটক

তিলক প্ৰসাদ by তিলক প্ৰসাদ
June 30, 2021 8:07 pm
pc
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ আৰক্ষীয়ে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ সময়তে পালছৰ আৰু এখন গ্লেমাৰ বাইক উদ্ধাৰ কৰাৰ লগতে বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ বয়ালিমাৰি গাওঁৰ ছাইদুল ইছলাম , চাপৰ থানা এলেকাৰ হাইলদাপাৰা গাওঁৰ মিজানুৰ মণ্ডল আৰু চাপৰ – ঘুনিমাৰি গাওঁৰ হাৰুন ৰশিদ নামে তিনি কুখ্যাত বাঁইক চোৰ আটক কৰিবলৈ সক্ষম হয়।

চাপৰৰ ৰৌমাৰি গাঁৱৰ পৰা এখন বাইক চুৰি হোৱাৰ পিছত দাখিল কৰা এজাহাৰৰ ভিত্তিত এক গোপন সূত্ৰৰ পমখেদি যোৱা নিশা আৰক্ষীয়ে চলোৱা অভিযানত উক্ত সফলতা পোৱা যায় বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলেই জানিবলৈ দিয়ে।
বিশেষ সূত্ৰে জানিব পৰা মতে চাপৰ বজাৰ আদি ৰাজহুৱা স্থানত বাইকৰ সন্ধানত থাকি কিবা সুযোগ পালেই এই বাইক চোৰে পলকতে চুৰিকাণ্ড কৰি পলায়ন কৰে।

Apply Now

চাপৰ আৰক্ষী এই ধৰণৰ চুৰি কাণ্ড ৰোধ কৰিবলৈ সচেতন মহলে গোপনভাবে পুলিচ প্ৰশাসনৰ লগত সহায় কৰিলে আৰু বেছি সুফল পোৱা যাব পাৰে বুলি একাংশই মতপোষণ কৰিছে।

ইপিনে বিলাসীপৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰা , চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলে আৰু শালকোছা আৰক্ষী চকীৰ আই চি প্ৰীয়ব্ৰত শৰ্মাৰ নেতৃত্বত এক তীব্ৰ অভিযান চলাই মঙ্গলবাৰে নিশা শালকোছা বজাৰৰ অশোক বৰ্মনৰ ঘৰৰ পৰা বিভিন্ন ব্রেণ্ডৰ ২৭০ (দুষো সত্তৰ) বোটল বিলাতী সুৰা লগতে নগদ ৪৫০০ (চাৰি হাজাৰ পাঁচশ) টকা জব্দ কৰিবলৈ সক্ষম হয়।

কিবা কাৰণত আৰক্ষীৰ এই অভিযানৰ সম্ভেদ পাই সুৰা ব্যৱসায় কৰা অশোক বৰ্মন ওৰফে মবিলএ পলাই পত্ৰং মাৰে ।
চাপৰ অঞ্চলতো বিলাতী আদি সুৰাৰ অবৈধ বেহা ৰমৰমীয়া ভাবে চলি আছে ।

প্ৰায় প্ৰতিদিন বুজন পৰিমাণৰ এই অবৈধ সুৰা সমূহ চাপৰ চহৰৰ পৰা বিভিন্ন ঠাইত সৰবৰাহ কৰা হয় বুলি ভূ- ৰখা মহলে জানিবলৈ দিছে।

আৰক্ষীৰ দ্বাৰা সময়ে সময়ে চলোৱা অভিযানৰ প্ৰতি ৰাইজে শলাগ লৈছে।

ইপিনে আবকাৰী বিভাগৰ কিমান বাৰ চাপৰ , শালকোছা আদি অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে কিমান বাৰ অভিযান চলাইছে বুলি সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে। বহু উঠি অহা যুৱক আৰু লোক এই মদ যোধেমধে পান কৰি নিজৰ সুন্দৰ জীৱন ধ্বংস কৰি আহিছে।

এই লৈ বহু অভিভাৱক নিজৰ সন্তানক লৈ দুশ্চিন্তাৰ মাজত চকুপানী টুকি আছে।
প্ৰায় সময় আৰক্ষীয়ে এই অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই থাকিব বুলি অনুৰোধ কৰিছে।

মদৰ ঘাটি সমাপ্ত নহলে মানুহৰ জীৱনলৈ এক ভয়ানক ভাবুকিৰ সৃষ্টি হব বুলি বহুতে একমুখে মত প্ৰকাশ কৰিছে।

তিলক প্ৰসাদ

তিলক প্ৰসাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd