• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমেৰিকাৰ সদনত দাখিল বিধেয়ক; গান্ধীৰ ঐতিহ্য প্ৰসাৰৰ বাবে বিচাৰিলে বাজেট

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , December 21, 2019 10:43 am

1 min read

mahatma_gandhi_1576896540_618x347
1.4k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ প্ৰসিদ্ধ নাগৰিক অধিকাৰ নেতা কংগ্ৰেছী জুন লুইছে মহাত্মা গান্ধী আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ ঐতিহ্য প্ৰসাৰৰ বাবে প্ৰতিনিধি সভাত এখন বিধেয়ক দাখিল কৰিছে।

তেওঁ আগন্তুক পাঁচ বছৰৰ বাবে ১৫০ মিলিয়ন আমেৰিকান ডলাৰৰ বাজেট আৱন্টন বিচাৰিছে।

মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জয়ন্তী উদযাপনৰ বাবে প্ৰস্তুত কৰা এই বিধেয়ক বিশ্বৰ আটাইতকৈ বৃহৎ গণতন্ত্ৰৰ দেশ দুখনৰ মাজৰ বন্ধুত্বক প্ৰতিফলিত কৰিছে।

তদুপৰি, ই মহাত্মা গান্ধী আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ ঐতিহ্য বহন কৰাৰ লগতে তেওঁলোকৰ অৱদানৰ এক স্বীকৃতি।

আনহাতে, বিধেয়কখনত গান্ধী-কিং ডেভেলপমেন্ট ফাউণ্ডেশ্যন প্ৰতিষ্ঠাৰো প্ৰস্তাৱ ৰখা হৈছে।

বিধেয়কখনত ফাউণ্ডেশ্যনৰ বাবে প্ৰতি বছৰে ৩০ মিলিয়ন আমেৰিকান ডলাৰ আৱন্টনৰ দাবী কৰা হৈছে। আগন্তুক পাঁচ বছৰৰ বাবে এই আৱন্টন অব্যাহত ৰখাৰো দাবী কৰা হৈছে।

ফাউণ্ডেশ্যনত আমেৰিকা আৰু ভাৰত চৰকাৰৰ দ্বাৰা গঠিত এখন কাউন্সিল থাকিব যিয়ে স্বাস্থ্য, প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তন, শিক্ষা, মহিলা সবলীকৰণৰ দৰে ক্ষেত্ৰসমূহত কাম কৰাৰ বাবে বেচৰকাৰী সংস্থাসমূহক অনুদান আগবঢ়াব।

এই বিধেয়কখনে আন ছয়গৰাকী ডেম’ক্ৰেটিক সদস্যৰ সমৰ্থন লাভ কৰিছে।

বিধেয়কখনত ২০২৫ চনলৈকে ২ মিলিয়ন আমেৰিকান ডলাৰৰ আৱন্টনৰ সৈতে গান্ধী-কিং ছাত্ৰ বৃত্তিৰ আদান-প্ৰদানৰ ব্যৱস্থা ৰখাৰো প্ৰস্তাৱ দিয়া হৈছে।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd