• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’না ৰোগীৰ বাবে দৰৱ উলিয়াইছে বায়’কনে; চাওক কিমান পৰিব দাম

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 14, 2020 9:57 am

2 min read

WhatsApp Image 2020-07-14 at 9.20.41 AM
19.4k
VIEWS
Share on FacebookShare on Twitter

প্ৰসিদ্ধ জৈৱ-প্ৰযুক্তিৰ কোম্পানী বায়’কনে সোমবাৰে সদৰী কৰিছে যে তেওঁলোকে মধ্যমীয়া অসুস্থতাৰ পৰা সংকটজনক কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে বায়’লজিকেল দৰৱ ইট’লিজুমাব বজাৰলৈ আনিব।

এই দৰৱৰ দাম হ’ব প্ৰতি বটলত ৮,০০০টকা।

কোম্পানীটোৱে জানিবলৈ দিয়ে যে কোভিড-১৯ৰ বাবে মজলীয়াৰ পৰা গুৰুতৰভাৱে তীব্ৰ শ্বাস কষ্টৰ উপসৰ্গৰ ক্ষেত্ৰত ছাইট’কাইন ৰিলিজ ছিন্ড্ৰ’মৰ নিদানৰ বাবে ভাৰতত জৰুৰীকালীন ব্যৱহাৰৰ বাবে ইট’লিজুমাব ইনজেকশ্যন (২৫ মি:গ্ৰা:/৫মি:লি:)ৰ বিক্ৰীৰ বাবে মুকলি কৰিব।

এইক্ষেত্ৰত কোম্পানীটোৱে ভাৰতৰ ঔষধ নিয়ন্ত্ৰক (ডিচিজিআই)ৰ পৰা অনুমতি লাভ কৰিছে।

বায়’কনে ইয়াৰ পূৰ্বে এক সাধাৰণ জাননীত কৈছিল যে ইট’লিজুমাব বিশ্বৰ সকলোতে স্বীকৃত প্ৰথম এনেকুৱা বায়’লজিকেল দৰৱ যাৰ দ্বাৰা কোভিড-১৯ৰ গুৰুতৰ জটিলতাত ভোগা ৰোগীৰ চিকিৎসা কৰা হয়।

কোম্পানীটোৰ কাৰ্যবাহী অধ্যক্ষ কিৰন মজুমদাৰ-শ্ব’ই এখন অনলাইন সংবাদমেলত কয় যে ‘’যেতিয়ালৈকে ভেকচিন নোলায়, তেতিয়ালৈকে আমাৰ জীৱন দায়িনী দৰৱৰ প্ৰয়োজন আছে। আমি বিশ্বত যিধৰণে কৰিছে, ঠিক তেনেধৰণে এই মহামাৰীৰ চিকিৎসাৰ বাবে দৰৱৰ পুনৰ প্ৰয়োগ কৰিব পাৰো বা নতুন দৰৱ বিকশিত কৰিব পাৰো।‘’

তেওঁ লগতে কয় যে হয়তো চলিত বছৰৰ শেষৰ পিনে বা আগন্তুক বছৰৰ আৰম্ভণিত আমি ভেকচিন লাভ কৰিব পাৰো যদিও দ্বিতীয়বাৰ সংক্ৰমণ নোহোৱাৰ কোনো নিশ্চয়তা নাই।

সেইদৰে আমি যিদৰে ই কাম কৰিব বুলি ভাৱি আছো সেইদৰেই ই কাম কৰিব তাৰো কোনো নিশ্চয়তা নাই। গতিকেই আমি প্ৰস্তুত হৈ থকাটো জৰুৰী।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd