DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, March 23, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰ ‘অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ আধাৰত বলীউডত নিৰ্মাণ হ’ব ছবি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 30, 2022 3:31 pm
103
VIEWS
Share on FacebookShare on Twitter

বায়’পিক সদায় বলীউডৰ প্ৰিয় হৈ আহিছে। সেয়া কোনো ক্ৰীড়া ব্যক্তিত্বই হওক বা এজন অভিনেতাৰ জীৱনেই হওক। আনকি বলীউডে ৰাজনৈতিক ব্যক্তিত্বৰ জীৱনৰ আধাৰতো ছবি নিৰ্মাণ কৰিছে।

এইবাৰ তালিকাত স্থান লাভ কৰিছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বায়’পিক। প্ৰযোজক সন্দীপ সিঙে ছচিয়েল মিডিয়াত এটা মোচন পোষ্টাৰ শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰে।

ছ’চিয়েল মিডিয়াত চিনেমাৰ মোচন পোষ্টাৰ শ্বেয়াৰ কৰি সন্দীপে লিখিছে, ‘অটল বিহাৰী বাজপেয়ী ভাৰতীয় ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ নেতা। কেৱল তেওঁৰ ভাষণ শুনিয়েই বিৰোধী পৰাজিত হৈছিল। তেখেতে দেশক ইতিবাচক নেতৃত্ব দিছিল আৰু প্ৰগতিশীল ভাৰতৰ এখন মানচিত্ৰ তৈয়াৰ কৰিছিল।’

সন্দীপে আৰু লিখিছে, ‘অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ অন্যান্য দিশবোৰো এই ছবিখনত আহিব। কেৱল ৰাজনীতি নহয়, তেওঁৰ কবিতা, লেখা আৰু তেওঁৰ মানৱীয় দিশো ছবিখনৰ কাহিনীত আহিব।‘চলচ্চিত্ৰখনৰ নাম’ অটল’। ছবিখনৰ পোষ্টাৰত লিখা আছে ‘মে ৰহু, য়া না ৰহু য়ে দেশ ৰেহেনা চাহিয়ে’।

এন পি মেনচাৰৰ ‘অনটল্ড বাজপেয়ী: পলিটিচিয়ান এণ্ড পেৰাডক্স’ নামৰ গ্ৰন্থখনৰ পৰা অনুপ্ৰাণিত হৈছে ছবিখনৰ মূল কাহিনী। বিনোদ ভানুশালী আৰু সন্দীপ সিঙ যৌথভাৱে ছবিখনৰ নিৰ্মাণৰ দায়িত্বত আছে। অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত কোনে অভিনয় কৰিব আৰু কোনে পৰিচালনা কৰিব সেয়া স্পষ্ট হোৱা নাই।

জানিব পৰা মতে, ২০২৩ত বছৰৰ আৰম্ভণিতে এই ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব। ২০২৩ চনৰ খ্ৰীষ্টমাছত অটল বিহাৰী বাজপেয়ীৰ ৯৯ সংখ্যক জন্ম জয়ন্তীত মুক্তি পাব ছবিখন।

Recent News

India vs Australia

গৃহভূমিত আত্মসমৰ্পণ ভাৰতৰ: দুৰন্ত প্ৰত্যাৱৰ্তনেৰে শৃংখলা দখল অষ্ট্ৰেলিয়াৰ

Kaziranga

কাজিৰঙাত ‘গজ উৎসৱ’: দুদিনৰ বাবে বন্ধ থাকিব হাতী আৰু জীপ ছাফাৰী

Supreme Court on Criminalisation Of Marital Rape

অপৰাধমূলক কাৰ্য হিচাপে বিবেচিত হ’বনে বৈবাহিক ধৰ্ষণ: ৯ মে’ত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

India vs Australia

চেন্নাইৰ চিদাম্বৰমত শৃংখলা দখলৰ যুঁজ: ভাৰতৰ সমুখত ২৭০ ৰানৰ লক্ষ্য বান্ধি দিলে অষ্ট্ৰেলিয়াই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd