• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া জাতিৰ আয়ুস ৰেখা অসমীয়া ভাষাৰ বিৰুদ্ধে ষড়যন্ত্র অসমীয়াই ঐক্যবদ্ধ হৈ ব্যৰ্থ কৰিব লাগিব- লাচিত সেনা

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
December 30, 2021 3:55 pm
Bir Lachit Sena Asom
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বীৰ লাচিত সেনা অসম কেন্দ্ৰীয় সমিতিয়ে এক সংবাদমেল সম্বোধন কৰি অসমীয়া জাতিৰ আয়ুস ৰেখা অসমীয়া ভাষাৰ বিৰুদ্ধে ষড়যন্ত্র অসমীয়াই ঐক্যবদ্ধ হৈ ব্যৰ্থ কৰিবলৈ আহ্বান জনায়।

সংবাদ মেলত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখ্য সচিব ৰন্টু পানীফুকনে বিজেপি চৰকাৰৰ জাতীয় দায়বদ্ধতা সন্দেহজনক বুলিও উল্লেখ কৰে।

Apply Now

ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ অসম লোকসেৱা আয়োগৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক প্রশ্নকাকত প্রত্যাহাৰৰ সিদ্ধান্ত আৰু অসমত চিবিএছইৰ অধীনত ইংৰাজী ভাষাৰ বিদ্যালয় প্রতিষ্ঠাৰ চৰকাৰী ঘোষণাই বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটি ৰক্ষাৰ শ্লোগানৰ অন্তঃসাৰশূণ্যতাক উদঙাই দিছে বুলি মন্তব্য কৰে পানীফুকনে।

ৰন্টু পানীফুকনে কয় “ভাষা জীয়াই থাকিলেহে অসমীয়া জাতি জীয়াই থাকিব আৰু আইৰ মুখৰ ভাষা ৰক্ষাৰ বাবে বীৰ লাচিত সেনা, অসমে বিজেপি চৰকাৰে অসমীয়া ভাষাৰ অস্তিত্ব সংকটলৈ ঠেলি দিব পৰা হঠকাৰী সিদ্ধান্তসমূহ প্রত্যাহাৰ কৰাৰ বাবে ৰাজ্যজুৰী ধাৰাবাহিক গণ-আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব য’ত অসম আৰু অসমীয়াৰ স্বাৰ্থত আপোচহীন, জাতীয় দায়বদ্ধতা থকা সকলো জাতীয় জনগোষ্ঠীয় দল-সংগঠন, সাহিত্যিক-সাংবাদিক-বুদ্ধিজীৱী একেখন মঞ্চত থিয় হোৱাটো সময়ৰ দাবী।

ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে ৰাজনৈতিক উদ্দেশ্যত গ্ৰহণ কৰা প্ৰতিটো অসমীয়া ভাষা বিৰোধী সিদ্ধান্ত প্রত্যাহাৰ কৰিব লাগিব আৰু সেয়া তেতিয়াহে সম্ভৱ হ’ব যেতিয়া আইৰ মুখৰ ভাষাৰ মৰ্যদা ৰক্ষাৰ বাবে প্ৰতিজন অসমীয়াই বীৰ লাচিত সেনাই ঘোষণা কৰা এই আন্দোলনৰ কাৰ্যসূচীৰ অংশীদাৰ হ’ব।”

বীৰ লাচিত সেনাৰ মুখ্য সচিৱ গৰাকীয়ে অসমীয়া ভাষাৰ বিৰুদ্ধে বিজেপি চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্ত প্রত্যাহাৰৰ দাবীত আৰু অসমত অসমীয়া ভাষাৰ বিকাশ, প্ৰসাৰ আৰু বিশ্ব দৰবাৰত ভাষাটোৰ প্ৰতিষ্ঠাৰ বাবে এলানি কাৰ্যসূচীৰ ঘোষণা কৰে আৰু ২০২২ বৰ্ষৰ জানুৱাৰী ৩ তাৰিখৰ পৰাই ড° হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া ভাষাৰ বিৰুদ্ধে লোৱা সিদ্ধান্ত প্রত্যাহাৰৰ দাবী উত্থাপন কৰে।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd