• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

চাহৰ লগত বিস্কুট  : হ’ব পাৰে হাৰ্ট এটেকৰ কাৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2023 3:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া মানুহ চাহৰ প্ৰতি আসক্ত। কিন্তু নিচা কেৱল চাহতে সীমাবদ্ধ নহয়, বিস্কুট, কেক, চিপছৰ সৈতে চাহৰ আমেজ লৈ ভাল পায় সকলোৱে।

কিন্তু শেহতীয়াকৈ গৱেষণাত এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। চাহৰ লগত বিস্কুট, জলপান আদি খালে হাৰ্ট এটেক বা ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ব্ৰিটেইনত এই বিষয়ৰ ওপৰত কৰা এক অধ্যয়নত কোৱা হৈছে। এই অধ্যয়নৰ পিছত ব্ৰিটিছ চৰকাৰে খাদ্য তালিকাৰ পৰা বিস্কুট, কেকৰ দৰে জলপান আঁতৰোৱাৰ পৰিকল্পনা কৰিছে। 

Apply Now

লণ্ডনৰ গৱেষকসকলে ৮৫০ জনতকৈ অধিক লোকৰ খাদ্যাভ্যাস অধ্যয়ন কৰি এই সিদ্ধান্তত উপনীত হয়। এই অধ্যয়নত দেখা গৈছে যে প্ৰতি চাৰিজন লোকৰ ভিতৰত এজনৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। কিয় এনেকুৱা হৈছে?

অধ্যয়নটোত দেখা গৈছে যে যিসকলে অধিক জাংক ফুড খাইছিল তেওঁলোকে ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰত স্বাস্থ্যসন্মত খাদ্য খালেও কোনো লাভ নহ’ল। এই লোকসকলৰ মাজত ষ্ট্ৰোক, হৃদৰোগ আনকি মেদবহুলতাৰ সম্ভাৱনাও বাঢ়িছে। 

কেৱল সেয়াই নহয়, এইসকল লোকৰ তেজত চেনিৰ মাত্ৰাও অধিক হোৱা দেখা গ’ল। অতি গভীৰভাৱে বিশ্লেষণ কৰাৰ পিছত স্বাস্থ্যসন্মত খাদ্য খোৱাৰ পিছতো একাংশ লোক সদায় অসুস্থ হৈ থাকে। কাৰণ চাহৰ লগত বিস্কুট বা ভজা খাদ্য খায়। ইয়াৰ বাবে গৱেষকসকলে কেইবাদিনো ৮৫৪ জন লোকৰ খাদ্যাভ্যাসৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল। ইয়াৰে ৯৫ শতাংশই সঠিক সময়ত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিছিল। 

ইউৰোপিয়ান জাৰ্নেল অৱ নিউট্ৰিচনিষ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি লণ্ডনৰ কিংছ কলেজৰ গৱেষকসকলে কয় যে ২৬ শতাংশ লোকে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰে যদিও ফ্ৰাইৰ দৰে অস্বাস্থ্যকৰ জলপান খাই নিজৰ সকলো পুষ্টিকৰ উপাদান অপচয় কৰে। লাহে লাহে এইসকল লোকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। বেছিভাগ মানুহেই ব্ৰেকফাষ্টত কুকিজ, ফল-মূল, বাদাম, গুটি, পনিৰ, মাখন, কেক, বিস্কুট, কেক আদি খায় আৰু তেওঁলোকৰ তেজৰ চেনিৰ পৰিমাণ বৃদ্ধি হয়। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়। গতিকে সাৱধান হওক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am
আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd