• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2025 9:40 pm
175
VIEWS
Share on FacebookShare on Twitter

হেৰউ কৃষক,
প্রথম বিপ্লৱী বীৰ প্ৰকৃতিৰ বক্ষ-বিদাৰক।
ধৰণীৰ বুকু ফালি
নাঙলৰ ফাল তুলি
পোনে পোনে তয়ে লখিমীক লভিছিলি
আজিনো লখিমী ক’ত? ক’ত হেৰুৱালি?…
লোকৰ ফাঁকিত পৰি হলি
শোষণৰ দাস-মজুৰ-শ্রমিক।
ধিক্ ধিক্ জীৱনত ধিক্‌!

সৈনিক-শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা! যি অসমৰ জন জীৱনৰ মাজত সাহিত্য, সংগীত আৰু নাটকৰ জৰিয়তে শ্ৰেণীসংগ্ৰাম আৰু কমিউনিষ্ট আন্দোলনৰ বাৰ্তা প্ৰচাৰ কৰিছিল। তেওঁ এই শিল্পৰ সত্তা তথা বিপ্লৱী সত্তাক উজ্জীৱিত কৰি ৰখাৰ মানসেৰে ২০ জুন দিনটো ৰাভা দিৱস হিচাপে পালন কৰি অহা হৈছে।

২০২৫ বৰ্ষত ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত আগন্তুক ২০ জুনত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপনৰ ব্যৱস্থা কৰিছে।

এই উপলক্ষে ১৫ জুনৰ ৰাতিপুৱা ৯:৩০ বজাত চানমাৰিস্থিত গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ কাৰ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব।

এই প্ৰতিযোগিতা প্ৰথম শ্ৰেণীৰপৰা দশম শ্ৰেণীলৈ তিনিটা ভাগত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক ২০ জুনত আয়োজিত বিষ্ণুৰাভা দিৱসৰ অনুষ্ঠানত পুৰস্কাৰ প্ৰদান কৰা হ’ব।

Tags: ArtForRevolutionAssam newsBishnuRabhaDivasGuwahatiIPTAGuwahatiStudentArtCompetition

Recent News

এতিয়াৰে পৰা টেছলাৰ বাহনত উপলব্ধ হ’ব কৃত্ৰিম বুদ্ধিমত্তা ‘গ্ৰুক’, সদৰী কৰিলে ইলন মাস্কে

এতিয়াৰে পৰা টেছলাৰ বাহনত উপলব্ধ হ’ব কৃত্ৰিম বুদ্ধিমত্তা ‘গ্ৰুক’, সদৰী কৰিলে ইলন মাস্কে

টাৰ্গেট প্ৰধানমন্ত্ৰী পদ? পুনৰ বয়স সীমা ৭৫ৰ নিদান সংঘৰ; নতুনক সুযোগ দিয়াৰ পক্ষত সৰৱ ভাগৱত

টাৰ্গেট প্ৰধানমন্ত্ৰী পদ? পুনৰ বয়স সীমা ৭৫ৰ নিদান সংঘৰ; নতুনক সুযোগ দিয়াৰ পক্ষত সৰৱ ভাগৱত

বিল পৰিশোধ নকৰাৰ বাবে চিকিৎসালয়সমূহে মৃতদেহ ৰখাই থোৱাত নিষেধাজ্ঞা অসম চৰকাৰৰ

বিল পৰিশোধ নকৰাৰ বাবে চিকিৎসালয়সমূহে মৃতদেহ ৰখাই থোৱাত নিষেধাজ্ঞা অসম চৰকাৰৰ

লৰ্ডছত প্ৰথম দিনা ৪ উইকেটত ২৫১ৰান ইংলেণ্ডৰ; ক্ৰীজত ৯৯ ৰানত ৰুট! বুমৰাহৰ চিকাৰ ব্ৰুক

লৰ্ডছত প্ৰথম দিনা ৪ উইকেটত ২৫১ৰান ইংলেণ্ডৰ; ক্ৰীজত ৯৯ ৰানত ৰুট! বুমৰাহৰ চিকাৰ ব্ৰুক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd