• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পানীত প্ৰয়োজনতকৈ অধিক ফ্লৰাইডৰ উপস্থিতি; অসমত নিষিদ্ধ Bisleri

এন ই নাও নিউজ এন ই নাও নিউজ
গুৱাহাটী , September 13, 2019 2:56 pm

1 min read

Bisleri

বিশলেৰী পানী

11.4k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ খাদ্য সুৰক্ষা বিভাগে পেকেজ ড্ৰিংকিং ৱাটাৰ বিশলেৰীৰ বিক্ৰী অসমত নিষিদ্ধ কৰিছে।

‘প্ৰভিজনছ অব ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড এক্ট, ২০০৬’ৰ আওতাত অসমত বিশলেৰীৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে।

জানিব পৰা মতে, অসম চৰকাৰৰ খাদ্য সুৰক্ষা বিভাগৰ এটা পৰীক্ষাত বিশলেৰীৰ পানীত প্ৰয়োজনীয় মাত্ৰাতকৈ অধিক পৰিমাণৰ ফ্লৰাইডৰ উপস্থিতি ধৰা পৰা বাবেই ব্ৰাণ্ডটোৰ পানী বজাৰত বিক্ৰী নিষিদ্ধ কৰা হৈছে।

এপ্ৰিলৰ ৬ তাৰিখে বিভাগে পানীৰ নমুনা সংগ্ৰহ কৰিছিল।

উল্লেখযোগ্য যে, কামৰূপ (গ্ৰাম্য) জিলাৰ কমলপুৰ অঞ্চলত বিশলেৰীৰ উৎপাদন কেন্দ্ৰ আছে।

ৰাজ্যত বিশলেৰীৰ পানী বিক্ৰীৰ ওপৰত ৩০ দিনৰ বাবে এই নিষেধাজ্ঞা বাহাল থাকিব।

পৰৱৰ্তী সময়ত প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ পানী পৰিষ্কাৰ বুলি প্ৰমাণ কৰি পুনৰ বিক্ৰীৰ বৈধতা ঘুৰাই ল’ব পাৰিব।

পানী বিক্ৰীৰ ক্ষেত্ৰত অসমত তথা উত্তৰ-পূবত বিশলেৰীয়ে বৃহৎ বজাৰ দখল কৰি আহিছে।

খাদ্য সুৰক্ষা বিভাগৰ দ্বাৰা ঘোষিত এই নিষেধাজ্ঞাৰ ফলত প্ৰতিষ্ঠানটো যথেষ্ট লোকচানৰ সন্মুখিন হ’বলগীয়া হ’ব।

Recent News

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd