• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হেলমেট নোহোৱা বাইক আৰোহীক পেট্ৰ’ল নিদিয়াৰ নিৰ্দেশ

NE NOW NEWS এন ই নাও নিউজ
বিশ্বনাথ , June 4, 2019 8:36 am

1 min read

maxresdefault

প্ৰতিনিধিত্বমূলক ফটো : য়ুটিয়ুবৰ সৌজন্যত

1.3k
VIEWS
Share on FacebookShare on Twitter

সঘনাই সংঘটিত হৈ থকা বাইক দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা প্ৰশাসনে জিলাখনত হেলমেট অবিহনে পেট্ৰ’ল নিদিবলৈ নিৰ্দেশ জাৰি কৰিছে। দুৰ্ঘটনাৰ পৰা স্থানীয় ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে পেট্ৰ’ল পাম্পসমূহত হেলমেট অবিহনে পেট্ৰ’ল নিদিবলৈ জিলা প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰিছে।

বিশ্বনাথ জিলাৰ উপায়ুক্ত পৱিত্ৰৰাম খাউণ্ডে এক কঠোৰ নিৰ্দেশনাৰ জৰিয়তে সকলো পেট্ৰ’ল পাম্পৰ গৰাকীকে হেলমেট অবিহনে পেট্ৰ’ল প্ৰদান নকৰিবলৈ নিৰ্দেশ দিছে।

অৱশ্যে এই ব্যৱস্থাই দুৰ্ঘটনা ৰোধত কিমান সহায়ক হ’ব তাক লৈ সচেতন ৰাইজে সন্দেহ ব্যক্ত কৰিছে। কিয়নো পূৰ্বতেও এনেধৰণৰ  নিৰ্দেশনা জাৰি কৰা হৈছিল যদিও পথ দুৰ্ঘটনা ৰোধ কৰাত সফল হোৱা নাছিল।

সাধাৰণতে নতুন চেঙেলীয়া যুৱকসকলে অধিক বাইক চলায় আৰু অধিকাংশৰে হেলমেট থাকিলেও অনুজ্ঞা পত্ৰ থকা দেখা নাযায়। সেয়েহে অনুজ্ঞাপত্ৰ নথকা বাইক চালককহে পেট্ৰ’ল নিদিবলৈ সিদ্ধান্ত লোৱা উচিত বুলি সচেতন মহলে মত ব্যক্ত কৰে।

তদুপৰি, দালালৰ জৰিয়তে উপযুক্ত বয়স অবিহনে চালকৰ অনুজ্ঞাপত্ৰ লাভ কৰা বিষয়টোহে অধিক গুৰুত্বপূৰ্ণ আৰু এই ক্ষেত্ৰত প্ৰশাসনে অধিক কঠোৰ হোৱাৰ প্ৰয়োজন আছে বুলিও সচেতন ৰাইজে মত প্ৰকাশ কৰিছে।

Recent News

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd