• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খহনীয়াৰ কবলত বিশ্বনাথ কংগ্ৰেছ! তৃণমূল কৰ্মীৰ প্ৰতিবাদত আজিও উত্তাল হ’ল ৰাজীৱ ভৱন

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , December 26, 2018 2:48 pm

1 min read

699
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত দলীয় টিকট দিয়াৰ বিনিময়ত কংগ্ৰেছ কৰ্মীৰ পৰা বৃহৎ পৰিমানৰ ধনৰ লেনদেন কৰা, নিৰ্বাচনত বেয়াকৈ মুখথেকেচা খোৱাৰ পাছত কংগ্ৰেছ কৰ্মীসকলে সভাপতিগৰাকীৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰাত সভাপতিগৰাকীয়ে একাংশ কংগ্ৰেছ কৰ্মীক দল বিৰোধী কাৰ্যত লিপ্ত হোৱা বুলি দলৰ পৰা বহিস্কৃত কৰা প্ৰসংগত আজিও বিশ্বনাথৰ ৰাজীৱ ভৱনত শতাধিক কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

আজি বিশ্বনাথৰ ৰাজীৱ ভৱনত জিলাখনৰ শ শ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল উপস্থিত হৈ জিলা নেতৃত্বৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কৰা কৰাৰ উপৰি কৰ্মীসকলে জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা হাটাও কংগ্ৰেছ বচাও আদি শ্লোগানেৰে ৰাজীৱ ভৱনৰ পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে জিলা সভাপতিগৰাকীৰ বিৰুদ্ধে পূৰ্বেও সংবাদ মেলৰ আয়োজন কৰিছিল তৃণমূল পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীসকলে। কিন্তু ইয়াৰ পিছতো ৰাজ্যিক পৰ্যায়ৰ নেতৃত্বই সভাপতিগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি পুনৰ কংগ্ৰেছ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে বুলি জানিবলৈ দিয়ে।

প্ৰতিবাদকাৰীসকলে ষ্পষ্ট ৰূপত উল্লেখ কৰি কয় যে যদিহে দিলীপ বৰুৱাক জিলা সভাপতিৰ পৰা বহিস্কাৰ কৰা নহয় তেন্তে আমি সমূহীয়াভাৱে কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হ’ম।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd