• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাংবাদিকক কৰা আক্ৰমণৰ ঘটনাক গৰিহনা বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , April 29, 2019 9:58 pm

1 min read

journalist assocciation

ফটো : নৰ্থ-ইষ্ট নাও

595
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত সাংবাদিক সকলৰ ওপৰত চলা ধাৰাবাহিক আক্ৰমনক লৈ সৰৱ হৈ পৰিল বিশ্বনাথ জিলা সাংবাদিক সন্থা। শেহতীয়াভাৱে চলিত ২৫ এপ্ৰিলৰ নিশা মুকালমুৱাৰ জ্যেষ্ঠ সাংবাদিক ৰাজেন ডেকাক যি অচিনাক্ত দুৰ্বৃত্তই বৰ্বৰ আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰিছিল সেইয়া অতিকৈ ঘৃণনীয় আৰু গৰিহনাৰ যোগ্য বুলি সন্থাই মন্তব্য কৰে।

আনহাতে যোৰহাট-লখিমপুৰ আদি অসমৰ বিভিন্ন ঠাইত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক একাংশ দুৰ্বৃত্তই যি আক্ৰমণ কৰি ভীতিগ্ৰস্ত কৰিব বিচাৰিছে সেয়া চৰকাৰ তথা প্ৰশাসনে গুৰুত্ব সহকাৰে লৈ দুৰ্বৃত্তক অতি সোনকালে আটক কৰি আইনী শাস্তি বিহিবলৈও প্ৰশাসনৰ ওচৰত দাবী জনায়।

ইয়াৰ উপৰি সাংবাদিক সকলৰ জীৱনৰ প্ৰতি নিৰাপত্তা নিশ্চিত কৰাৰ দাবীৰে বিশ্বনাথ জিলা উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ সৈতে বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ বিষয়ববীয়া সকলৰ লগতো আজি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ জিলাৰ নেতৃবৃন্দই জিলা উপায়ুক্ত গৰাকীৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

অনাগত দিনত সাংবাদিক সকলৰ জীৱনৰ প্ৰতি নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে এনে ধৰণৰ ঘটনাক লৈ প্ৰশাসনে যাতে উচিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আহ্বান জনাই বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সমূহ নেতৃবৃন্দ  তথা বিষয়ববীয়া সকলে।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd