DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথ আৰক্ষীৰ সফলতা; অৰুণাচলৰ চীন সীমান্তৰ পৰা অসমৰ যুৱতী উদ্ধাৰ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
July 2, 2019 4:18 pm
বিশ্বনাথ আৰক্ষীৰ সফলতা; অৰুণাচলৰ চীন সীমান্তৰ পৰা অসমৰ যুৱতী উদ্ধাৰ
1.3k
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ জিলাৰ অন্তৰ্গত বেদেতীৰ এগৰাকী যুৱতীক সোমবাৰে নিশা বিশ্বনাথ জিলা আৰক্ষীৰ এটা দলে অৰুণাচলৰ চীন সিমান্তৰ অতি দুৰ্গম অঞ্চল টাকচিঙৰ পৰা উদ্ধাৰ কৰি আনে।

উল্লেখযোগ্য যে ১৭ বছৰীয়া আদিবাসী সম্প্ৰদায়ৰ এই যুৱতী গৰাকীক আজিৰ পৰা প্ৰায় ৬/৭ বছৰ পূৰ্বে বেদেতীৰে নিজৰ মোমায়েক বাবুল লোহাৰে লখিমপুৰলৈ নি কোনো লোকৰ হাতত বিক্ৰী কৰি আহিছিল।

পিছত সেই লোকজনে যুৱতীগৰাকীক এজন অৰুণাচলী লোকক বিক্ৰী কৰে, যাৰ ফলত অৰুণাচল-চীন সীমান্তৰ টাকচিঙৰ অৰুণাচলী লোকৰ ঘৰত যোৱা ৬-৭ বছৰে বনকৰা ছোৱালীৰ জীবন অতিবাহীত কৰিবলৈ বাধ্য হৈছিল।

এনেতে আজি কিছুদিন পূৰ্বে কৰ্মসূত্ৰে অৰুণাচলৰ উক্ত অঞ্চললৈ যোৱা জনৈক ৰাজীব ভূঞা নামৰ এজন লোকে  ফেচবুকত এটা পোষ্ট দিয়াত এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। আৰু কেইজনমান সাংবাদিক আৰু বিহালী আছা, আটছাৰ সহযোগত যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে তেওঁৰ সন্ধান উলিয়াবলৈ বিহালী থানাত এখন এজাহাৰ দাখিল কৰে।

ইয়াৰ পিছতে বিশ্বনাথৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশ্বনৰ তত্বাৱধানত বিহালী থানাৰ এটা অভিযান চলাই অবশেষত সোমবাৰে নিশা অৰুণাচলৰ উক্ত স্থানৰ পৰা যুৱতী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে উক্ত ঘটনাৰ সৈতে জড়িত যুৱতীগৰাকীৰ মোমায়েক বাবুল লোহাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।

Recent News

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd