• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন এছ অ’ পিকলৈ উৎকণ্ঠিত বিশ্বনাথবাসী,মুক্ত হবনে কন্টেইনমেন্ট জনৰ পৰা?

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
July 25, 2021 5:30 pm
golll
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথ জিলাক  কণ্টেনমেণ্ট জনৰ পৰা মুক্ত কৰিবনে? নতুন এছঅ’ পি ঘোষণাৰ আগে আগে এই প্ৰসঙ্গক লৈ উৎকণ্ঠিত হৈ পৰিছে বিশ্বনাথবাসী।

ক’ৰণা যথেষ্ঠ কম হোৱাৰ পিছত এতিয়া সাধাৰণ জনতাৰ জীৱন-জীৱিকাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে। আনকি চচিয়েল মিডিয়াত বৃদ্ধি পাইছে এই সংক্ৰান্তীয় ট্ৰলৰ সংখ্যা।

Apply Now

তাৰ মাজতে কন্টেইনমেন্টজন প্ৰত্যাহাৰৰ আহ্বান জনালে বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ কুমাৰ বৰুৱাই। তেওঁ এই ক্ষেত্ৰত অসম চৰকাৰক ভগৱানে সুমতি দিয়ক বুলি উল্লেখ কৰি কোভিড ১৯ মহামাৰী সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে লোৱা সিদ্ধান্তত দুখীয়া- নিচলালোকৰ জীৱন নিৰ্বাহৰ উপায়ৰ বিষয়ে কোনো ধৰণৰ নিৰ্দেশনা নথকাত তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আনিছে বুলি মন্তব্য কৰে।

চৰকাৰে জাৰি কৰা এচ অ’ পিৰ জৰিয়তে লগোৱা প্ৰতিবন্ধকতাৰ বাবে ভিক্ষাৰীয়ে ভিক্ষা খুজিব নোৱাৰা পৰিস্থিতি হৈছে বুলি উল্লেখ কৰি বিশ্বনাথত কোভিড সংক্ৰমণৰ হাৰ বহুত কম হোৱাৰ পিছতো লখিমপুৰ আৰু শোণিতপুৰ জিলাৰ লগত তুলনা কৰি বিশ্বনাথ জিলাখনক কন্টেইনমেন্ট কৰি ৰখাটো কোনো যুক্তি নাই মন্তব্য কৰে বৰুৱাই।

জিলাখনক কন্টেইনমেন্ট কৰি সকলো দোকান-পোহাৰ বন্ধ কৰি ৰাখক কিন্তু  খাদ্য আৰু অন্য অত্যাৱশ্যকীয় সামগ্রী মানুহৰ ঘৰে-ঘৰে দিয়াৰ ব্যৱস্থা কৰক বুলিও বৰুৱাই কয়।

ইয়াৰোপৰি, কোভিড সংক্ৰমণ প্ৰতিৰোধৰ কাৰণে দিয়া বন্ধৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দুখীয়া আৰু মধ্যবিত্ত লোক  সকলক আৰ্থিক সাহায্য, ঋণ আৰু অন্যান্য সুবিধা প্ৰদান কৰি সকাহ দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়।

নতুন এচ অ’ পিৰ প্ৰসংগ উত্থাপন কৰি বিশ্বনাথ জিলাত সংক্ৰমণ কম হোৱাত জিলাখনক কন্টেইনমেন্ট মুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনায়।

আজি আয়োজন কৰা সংবাদমেলত এই কথা সদৰি কৰে বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই।

লগতে অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি ভূপেন বৰা, কাৰ্য্যকৰী সভাপতি ত্ৰয় ক্ৰমে ৰাণা গোস্বামী, কমলাক্ষ দে পুৰকায়স্থ আৰু জাকিৰ হুছেইনলৈ বিশ্বনাথ জিলা কংগ্ৰেছৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰে ।

কাজী জেইদুল ইছলাম

কাজী জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm
তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd