• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিৰ্বাচনী প্ৰচাৰত ভোটাৰক গা ধুৱালে বিজেপি প্ৰাৰ্থীয়ে

by
April 18, 2024 5:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ বাংকুৰা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুভাষ চৰকাৰে প্ৰচাৰ চলাবলৈ গৈ এজন ব্যক্তিক গা ধুৱাই বিতৰ্কৰ সূত্ৰপাত কৰিছে। বৃহস্পতিবাৰে বিয়লি বাংকুৰাৰ ইন্দপুৰ ব্লকৰ কেৰালা গাঁৱত প্ৰচাৰ চলাওঁতে অশোক ৰায় নামৰ ব্যক্তিজনক গা ধুৱাই থকা দেখা গৈছিল। আৰু তাৰ পৰাই আৰম্ভ হৈছিল বিতৰ্ক।এই ঘটনাৰ পাছত তৃণমূলে কটুক্তি কৰি কয় যে, “সুভাষে যদি মানৱতাৰ স্বাৰ্থত এই কাম কৰিছে, তেন্তে দেখুৱাবলৈ কি আছে?”

নৱবৰ্ষৰ দিনা বাংকুৰাত আম্বেদকাৰ জয়ন্তী উপলক্ষে আয়োজন কৰা শোভাযাত্ৰাত অংশগ্ৰহণ কৰি বিদায়ী কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী সুভাষক জোতা পলিচ কৰা দেখা গৈছিল। বৃহস্পতিবাৰে পুনৰ প্ৰচাৰ কাৰ্যত এজন ব্যক্তিক গা ধুৱাই নতুন বিতৰ্কৰ সূত্ৰপাত কৰে। উল্লেখ্য যে আজিৰ দিনটোতে বাংকুৰাৰ ইন্দপুৰ ব্লকৰ ব্ৰহ্মণ্ডিহা গাঁও পঞ্চায়ত এলেকাত সুভাষ সৰকাৰ প্ৰচাৰ চলাবলৈ গৈছিল। তাতে বিভিন্ন গাঁও পৰিদৰ্শন কৰি নিশা ১২:৩০ বজাৰ ভিতৰত হুডখোলা স্থানীয় কেৰেলা গাঁৱত সুভাষ সৰকাৰ উপস্থিত হয়। সুভাষ সৰকাৰে দাবী কৰে যে তেওঁ মাত্ৰ এজন ব্যক্তিক গৰমত গা ধুবলৈ সহায় কৰিছিল।স্মৰ্তব্য যে,পশ্চিমবংগৰ সমগ্ৰ জিলাতে গৰমৰ ঢৌ অব্যাহত আছে। সৰকাৰে কয় যে- কেৰালাৰ এখন গাঁৱত প্ৰচাৰ চলাই থকা অৱস্থাত হঠাতে গছৰ তলত বহি থকা এজন ব্যক্তি দৃষ্টিগোচৰ হয়৷ মানুহজনৰ সন্মুখত ঠাণ্ডা পানীৰ বাল্টি এটা থৈ দিয়া আছিল। এনে লাগিল যেন তেওঁৰ গা ধুবলৈ মন গৈছে। সেয়ে মই ব্যক্তিজনক গা ধোৱাত সহায় কৰিলোঁ।

প্ৰচাৰ চলাওঁতে সুভাষক গা ধোৱাৰ ঘটনাক উপহাস কৰে তৃণমূলে। তৃণমূলৰ বাংকুৰা সাংগঠনিক জিলাৰ মুখপাত্ৰ মহাপ্ৰসাদ সেনগুপ্তাই কয়, ‘সুভাষ সৰকাৰে হয়তো মানৱতাৰ স্বাৰ্থত এই কাম কৰিছে। কিন্তু ইয়াৰ বিষয়ে ইমানখিনি দেখুৱাবলৈ কি আছে? আচলতে সকলো নাটক। ৰাজনৈতিক ভূমি হেৰুৱাই এতিয়া তেওঁ জোতা পলিচ কৰি আৰু কেতিয়াবা আনক গা ধুৱাই ৰাজনীতি কৰিছে। যোৱা পাঁচ বছৰত তেওঁ একোৱেই কৰা নাই। গতিকে এতিয়া এই নাটকবোৰ কৰিব লাগিব। ইয়াৰ পাছত তেওঁ মানুহৰ চুলি-দাড়ি কাটি ঘূৰি ফুৰিব লগা অৱস্থা হ’ব।’

Apply Now

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm
পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

August 1, 2026 8:59 pm
বান বিধ্বস্ত শিশুৰ মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ: বৰঙণিৰ বিনিময়ত কেৰিকেছাৰ আঁকিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে

বান বিধ্বস্ত শিশুৰ মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ: বৰঙণিৰ বিনিময়ত কেৰিকেছাৰ আঁকিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে

August 1, 2026 7:58 pm
ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

August 1, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm
পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

August 1, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd