• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাম নৌপজতেই ৰামায়ণ! ভোটদান কৰিবলৈ আহি মন্ত্ৰিত্বৰ দাবীৰ কথা দোহাৰিলে বিধায়ক অতুল বৰাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 6, 2021 8:49 am
WhatsApp Image 2021-04-06 at 8.09.23 AM

ভোটদান কৰিবলৈ আহি দিছপুৰৰ বিজেপি প্ৰাৰ্থী অতুল বৰাৰ প্ৰতিক্ৰিয়া। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অসম বিধানসভাৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ৪০টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

ৰাজ্যখনৰ আন সমষ্টিৰ লগতে দিছপুৰ সমষ্টিতো পুৱা ৭ বজাৰ পৰা বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়।

Apply Now

দিছপুৰ সমষ্টিৰ অন্তৰ্গত পাঞ্জাৱৰিস্থিত বাঘৰবৰী প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে দিছপুৰৰ বিধায়ক তথা বিজেপি প্ৰাৰ্থী অতুল বৰাই।

ভোটদান কৰিবলৈ আহি দিছপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী অতুল বৰাৰ সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁ ২ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি দৃঢ় বিশ্বাসী।

তেওঁৰ মূল প্ৰতিদ্বন্দ্বী নাই বুলি দাবী কৰি প্ৰতিদ্বন্দ্বী নিমিত্ত মাথোঁ বুলি সদৰী কৰে।

এইবাৰ সমষ্টিটোত ৯০ শতাংশ ভোটদানেই তেওঁৰ পক্ষত যাব বুলি বিশ্বাসী অতুল বৰা।

আনহাতে, ভোট দিবলৈ আহি চৰকাৰ নোহোৱাতে তেওঁ মন্ত্ৰিত্বৰ দাবীদাৰ বুলি দাবী কৰে অতুল বৰাই। তেওঁ বাধা দিয়াৰ বাবে ৰাইজে ৫ বছৰে ক্ষোভ নোজাৰিলে বুলি জানিবলৈ দি এইবাৰ ৰাইজক মন্ত্ৰিত্ব নাপালে ক্ষোভ উজাৰিবলৈ বাধা নিদিয়ে বুলি কয়।

তদুপৰি, নিজৰ সমষ্টি বেলেগক এৰি নিদিয়ে অতুল বৰাই। ২৬’ তো তেওঁ দিছপুৰৰ পৰা নিৰ্বাচন খেলাৰ আশা প্ৰকাশ কৰে।

উল্লেখ্য বিগত পাঁচ বছৰত দিছপুৰৰ বিধায়কগৰাকীয়ে মন্ত্ৰিত্বৰ বাবে চেষ্টা কৰিও বিমুখ হোৱাৰ বাবে বহুসময়ত নিজৰেই চৰকাৰখনৰ বিৰুদ্ধে মুকলিকৈ কিছুমান মন্তব্য কৰিছিল।

কিন্তু এইবাৰ ভোটদানৰ দিনাই নিজৰ আকাংখিত মন্ত্ৰিত্বৰ দাবী তুলি বিধায়কগৰাকীয়ে একপ্ৰকাৰ ‘ৰাম নৌপজতেই ৰামায়ণ’ লিখাৰ প্ৰয়াস কৰে।

Tags: Assam Election
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd