• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অন্য ৰাজনৈতিক দলৰ নেতাৰ বাবে বিজেপিয়ে বন্ধ কৰিলে দুৱাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 21, 2019 2:23 pm
Ranjit Das

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনৈতিক উচ্চাকাংক্ষাৰ বাবে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিবলৈ মনত আশা পুহি থকা ৰাজনৈতিক নেতাৰ বাবে নিৰাশাৰ বাৰ্তা কঢ়িয়াই আনিছে ৰাজ্যিক বিজেপিয়ে।

দলটোৱে অন্য ৰাজনৈতিক দলৰ নেতাৰ বাবে ইয়াৰ দুৱাৰ বন্ধ কৰা বুলি আজি জানিবলৈ দিছে প্ৰদেশ বিজেপিৰ সভাপতিয়ে।

Apply Now

“কাইলৈৰ পৰা ৰাজনৈতিক নেতা বা দলৰ সৈতে জড়িত ব্যক্তিক বিজেপিত যোগদান নকৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো”, তৃণমূল কৰ্মীৰ আহ্বানতে এইটো কৰা বুলি জনাই দাসে কয়।

অৱশ্যে, ৰাজনীতিক বাদ কৰি সমাজৰ অন্য ক্ষেত্ৰৰ লোকসকলৰ বাবে বিজেপিত যোগদানৰ দুৱাৰখন খোলা থাকিব, ৰাজ্যিক কাৰ্য্যালয়ত অনুষ্ঠিত সংবাদমেলত জনালে সভাপতিজনে।

দাসে জনোৱামতে, ২০ আগষ্টলৈকে গোটেই দেশজুৰি চলোৱা বিজেপিৰ সদস্যভৰ্তি অভিযানত দলটোত নতুনকৈ প্ৰায় ১৭ লাখ লোকে যোগদান কৰিছে।

ৰাজনৈতিক ব্যক্তিক যোগদান কৰোৱাতকৈ যিসকল সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত, তেওঁলোককহে যোগদান কৰাবলৈ তৃণমূলৰ সদস্যসকলৰ পৰা আমালৈ আহ্বান আহিছে বুলি জানিবলৈ দি দাসে কয়, “আগন্তুক দিনত অসমৰ শিপিনী, বনুৱা, কৃষক, শিক্ষাজগতৰ লগত লাগি থকা ব্যক্তি, আত্মসহায়ক গোটৰ লগত লাগি থকা মহিলা, সমাজ সেৱক-সেৱিকা, সাংস্কৃতিক জগতৰ লগত জৰিত থকা ব্যক্তিৰ বাবে ভাৰতীয় জনতা পাৰ্টীত যোগদানৰ কাৰণে দুৱাৰখন খোলা থাকিব। মণ্ডল পৰ্য্যায়ৰ পৰা ৰাজ্যিক পৰ্য্যায়লৈ সদস্য হিচাপে ভৰ্তি হ’ব পাৰিব এইসকল লোক।”

প্ৰাক্তন সাংসদ ভুৱনেশ্বৰ কলিতা, গৌতম ৰয়ৰ দৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাকে ধৰি অলপতে দলটোত কেইবাজনো কংগ্ৰেছ নেতাই দলটোত যোগদান কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd