• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কংগ্ৰেছক ‘মোগল’, ৰাহুল গান্ধীক ‘ঔৰংজেৱ’ আখ্যা বিজেপিৰ; তীব্ৰ ৰূপ লৈছে ৰাজনৈতিক সংঘাতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2025 2:08 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত কংগ্ৰেছে ‘ভোট চোৰ, গাদ্দী ছোড়’ শীৰ্ষক এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই সমাৱেশত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দলীয় নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰি বিজেপিৰ বিৰুদ্ধে অবৈধভাৱে চৰকাৰ গঠন কৰাৰ অভিযোগ উত্থাপন কৰে।

সমাৱেশত ভাষণ দি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে। তেওঁ কয়, বেলট পেপাৰত নিৰ্বাচন অনুষ্ঠিত হ’লে বিজেপি জয়ী হ’ব নোৱাৰে বুলি দলটোৱে জানে।

Apply Now

এই প্ৰতিবাদৰ পাছতে বিজেপিয়ে তৎক্ষণাৎ প্ৰত্যাক্ৰমণ আৰম্ভ কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে এক সংবাদমেলত দাবী কৰে যে সামাজিক সাধ্যমত প্ৰচাৰিত কেইবাটাও ভিডিঅ’ত ৰামলীলা ময়দানত কংগ্ৰেছৰ একাংশ কৰ্মীয়ে ‘মোদী তেৰী কবৰ খুদেগী’ ধ্বনি দিয়া দেখা গৈছে। এই ধৰণৰ শ্ল’গানক গৰিহণা দি তেওঁ কয় যে ই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি হিংসাত্মক মনোভাৱ প্ৰতিফলিত কৰে।

ত্ৰিবেদীয়ে লগতে অভিযোগ কৰে যে কংগ্ৰেছ দল মুছলিম লীগ-মাওবাদী এজেণ্ডা অনুসৰণ কৰি এক অৰাজকতাৰ মঞ্চত পৰিণত হৈছে। তেওঁ দাবী কৰে যে কংগ্ৰেছে অতীততো কেইবাবাৰো প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁৰ পৰিয়ালক অপমান কৰিছে।

ইয়াৰ লগতে বিজেপি মুখপাত্ৰগৰাকীয়ে এক ঐতিহাসিক তুলনা আগবঢ়াই কয় যে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলৰ ভৱিষ্যত ‘দ্য লাষ্ট মোগল’ গ্ৰন্থত বৰ্ণিত মোগল সাম্ৰাজ্যৰ দৰে হ’ব। তেওঁৰ মতে, বাবৰ, হুমায়ুন, আকবৰ, জাহাংগীৰ, শ্বাহজাহান আৰু ঔৰংজেৱ এই ছজন শাসকৰ পাছতে মোগল সাম্ৰাজ্যৰ পতন হৈছিল।

একেদৰে কংগ্ৰেছ দলত ক্ৰমে মতিলাল নেহৰু, জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধীয়ে নেতৃত্ব দিছিল বুলি উল্লেখ কৰি ত্ৰিবেদীয়ে কয় যে বৰ্তমান ষষ্ঠ প্ৰজন্মৰ নেতা ৰাহুল গান্ধী। “ইয়াৰ পাছত কংগ্ৰেছ দলেও একেই ভাগ্যৰ সন্মুখীন হ’ব,” বুলি তেওঁ মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অইল-অ’এনজিচিক অধিক আৰ্থিক সহায়ৰ দাবী আলফাৰ : ২০০ কোটি টকাকৈ অনুদানৰ আহ্বান

অইল-অ’এনজিচিক অধিক আৰ্থিক সহায়ৰ দাবী আলফাৰ : ২০০ কোটি টকাকৈ অনুদানৰ আহ্বান

August 6, 2026 10:33 am
নতুন দিল্লীত শ্বেখ হাছিনাৰ সংবাদমেলক লৈ বাংলাদেশৰ তীব্ৰ ক্ষোভ; প্ৰত্যৰ্পণৰ দাবীত অটল ঢাকা

নতুন দিল্লীত শ্বেখ হাছিনাৰ সংবাদমেলক লৈ বাংলাদেশৰ তীব্ৰ ক্ষোভ; প্ৰত্যৰ্পণৰ দাবীত অটল ঢাকা

August 6, 2026 9:43 am
ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি সংসদত আইন প্ৰণয়ন কৰাৰ ক্ষমতাক লৈ পুনৰ বিতৰ্ক

ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি সংসদত আইন প্ৰণয়ন কৰাৰ ক্ষমতাক লৈ পুনৰ বিতৰ্ক

August 6, 2026 9:08 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: মৃতকৰ সংখ্যা ৯৫ লৈ বৃদ্ধি, ১৪ খন জিলাত উচ্চ সতৰ্কতা জাৰি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: মৃতকৰ সংখ্যা ৯৫ লৈ বৃদ্ধি, ১৪ খন জিলাত উচ্চ সতৰ্কতা জাৰি

August 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অইল-অ’এনজিচিক অধিক আৰ্থিক সহায়ৰ দাবী আলফাৰ : ২০০ কোটি টকাকৈ অনুদানৰ আহ্বান

অইল-অ’এনজিচিক অধিক আৰ্থিক সহায়ৰ দাবী আলফাৰ : ২০০ কোটি টকাকৈ অনুদানৰ আহ্বান

August 6, 2026 10:33 am
নতুন দিল্লীত শ্বেখ হাছিনাৰ সংবাদমেলক লৈ বাংলাদেশৰ তীব্ৰ ক্ষোভ; প্ৰত্যৰ্পণৰ দাবীত অটল ঢাকা

নতুন দিল্লীত শ্বেখ হাছিনাৰ সংবাদমেলক লৈ বাংলাদেশৰ তীব্ৰ ক্ষোভ; প্ৰত্যৰ্পণৰ দাবীত অটল ঢাকা

August 6, 2026 9:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd