DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ প্রদেশত ধুমুহাৰ গতিৰে আগবাঢ়িছে বিজেপি, পিছে পিছে সমাজবাদী, লাইভ আপডেট

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 10, 2022 11:58 am
উত্তৰ প্রদেশত ধুমুহাৰ গতিৰে আগবাঢ়িছে বিজেপি, পিছে পিছে সমাজবাদী, লাইভ আপডেট
220
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশত দিনৰ ১১.৫০ বজাত ভাৰতীয় জনতা পাৰ্টী ২৭৬ খন আসনত আগবাঢ়ি আছে আৰু সমাজবাদী পাৰ্টী ১১৬ খনত আগবাঢ়ি আছে।

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ভোটগণনা পুৱা ৮ বজাত আৰম্ভ হৈছে।

ৰাজ্য খনত ভাৰতীয় জনতা পাৰ্টী (বিজেপি), সমাজবাদী পাৰ্টী (এছপি), কংগ্ৰেছ মাজতে যুঁজ খন চলি আছে।

নির্বাচনৰ লাইভ আপডেটপাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফল লাইভ

ৰাজ্যখনে সৰ্বাধিক ৮০ জন সাংসদ লোকসভালৈ প্ৰেৰণ কৰি আহিছে আৰু দলটোৰ প্ৰদৰ্শনে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ওপৰতো প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে।

নিৰ্বাচন আয়োগৰ ৱেবছাইটত উপলব্ধ শেহতীয়া তথ্য অনুসৰি বিজেপি ২৭৬ খন আসনত আগবাঢ়ি আছে আৰু এছপি ১১৬খনত আগবাঢ়ি আছে। কংগ্ৰেছ বৰ্তমান চাৰিটা বিধানসভা সমষ্টিত আৰু বিএছপি ছয়টাত আগবাঢ়ি আছে।

এক্সিট প’লে উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ বিজেপি চৰকাৰৰ বাবে স্পষ্ট সংখ্যাগৰিষ্ঠতাৰ ভৱিষ্যতবাণী কৰিছে। যদি গেৰুৱা দলটোৱে ৪০৩ জনীয়া বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰে, তেন্তে একেৰাহে দ্বিতীয় কাৰ্যকালৰ বাবে দলটোৱে শাসনলৈ অহা প্ৰথম দল হিচাবে পৰিগণিত হ’ব।

Recent News

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd