• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গিবন অভয়াৰণ্য ধ্বংস কৰাৰ প্ৰতিযোগিতাত নামিছে বিজেপি চৰকাৰ : DYFI

গিবনত তেল আৰু গেছ খননত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা অনুমোদনৰ বিৰুদ্ধে এছ এফ আই আৰু ডি ৱাই এফ আইয়ে চলাব ধাৰাবাহিক প্ৰতিবাদ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 15, 2024 8:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গিবনত তেল আৰু গেছ খননত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা অনুমোদনৰ  তীব্ৰ বিৰোধিতা কৰিছে এছ এফ আই আৰু ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে। হলৌ বান্দৰকে ধৰি জৈৱবৈচিত্ৰতা ধ্বংস কৰিব বিচৰা এই সিদ্ধান্ত তৎকালে প্ৰত্যাহাৰ কৰিবলৈ দুয়োটা সংগঠনে দাবী জনাইছে। এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে দুয়োটা সংগঠনে যৌথভাৱে ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি ঘোষণা কৰিছে।

 অনিল আৰু নবীন আগৰৱালা পৰিচালিত বেদান্ত বহুজাতিক নিগমৰ কেইৰণ ইণ্ডিয়াক যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ ইক’ ছেনছিটিভ অঞ্চলত তেল আৰু গেছ খননৰ বাবে ৰাজ্য চৰকাৰৰ বন বিভাগ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ৰ আঞ্চলিক কাৰ্যালয়ৰ অনুমোদনৰ পিছত এইবাৰ কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে “ষ্টেজ ৱান” অনুমোদন লাভ কৰিছে। এছ এফ আই আৰু ডি ৱাই এফ আইয়ে গিবন অভয়াৰণ্যৰ মাজেৰে যোৱা ৰেল লাইনৰ বিদ্যুতিকৰণৰ বিৰুদ্ধে আৰু তেল-গেছ খনন বন্ধ কৰাৰ দাবীত  ইতিমধ্যে স্থানীয় ৰাইজৰ মাজত চহী সংগ্ৰহ অভিযান সংগঠিত কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি জনমত গঠন কৰাৰ চেষ্টা কৰি থকাৰ মাজতে চৰকাৰৰ এই ধ্বংসাত্মক সিদ্ধান্তই ক্ষোভিত কৰি তুলিছে।

Apply Now

কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ে এখন অভয়াৰণ্যৰ ইক’ ছেনছিটিভ এলেকা ঘোষণাৰ ভিতৰত তেল আৰু গেছৰ অন্বেষণ আৰু উদঘাটনৰ অনুমতি দিয়াটো অত্যন্ত পৰিতাপৰ বিষয়। কেৱল পুঁ‌জিপতি গোষ্ঠীৰ লাভৰ বাবে যে সকলো নীতি নিয়মক জলাঞ্জলি দিয়া হৈছে সেয়স নিশ্চিত।

এই সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ হ’লে কেৱন হলৌ বান্দৰৰ প্ৰতিয়ে বিপদ আহিব তেনে নহয়। তাত থকা লাজুকী বান্দৰ, নাহৰফুটুকী, হাতীৰ লগতে বহু বন্য প্ৰাণীৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব। বনভূমিৰ সংকোচন হ’লে কাষৰীয়া অঞ্চল হাতী-মানুহৰ সংঘাটে ভয়াবহ ৰূপ ল’ব। এয়া অতিকৈ উদ্বেগজনক কথা।

এনে বিপদজনক পৰিস্থিতিৰ পিনে ঠেলি নিদিবলৈ এছ এফ আই আৰু ডি ৱাই এফ আইয়ে দাবী জনাইছে, লগতে চৰকাৰৰ এই বিপদজন সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সংগঠনদ্বয়ে সৰ্বস্তৰৰ ৰাইজলৈ আৱেদন জনাইছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd