• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ধৰ্মৰ ওপৰত কপিৰাইট আছে বিজেপিৰ! মন্তব্য বিজেপি নেতা ৰাজ্যবৰ্ধন ৰাথোড়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2022 3:24 pm
Rajyavardhan Rathore
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ধৰ্ম ৰক্ষাৰ বাবে এটা মৌলিক দল আছে। ধৰ্মৰ ওপৰত বিজেপিৰ কপিৰাইট আছে।”- এই মন্তব্য কৰিছে বিজেপিৰ এগৰাকী সাংসদ তথা প্ৰাক্তন মন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোড়ে।

জয়পুৰৰ দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি সাংসদ তথা বিজেপি নেতা গৰাকীয়ে বিজেপিক ধৰ্মৰ একচ্ছত্ৰী অধিকাৰী হিচাপে প্ৰক্ষেপ কৰিছে।

Apply Now

সংবাদ মেলত ৰাথোড়ে লগতে ৰাজস্থানৰ শাসনাধিষ্ঠ কংগ্ৰেছ দল তথা দলটোৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধেও আক্ৰমণাত্মক হৈ উঠে। কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’- ক “ৰাহুল গান্ধীৰ পুনৰ মুকলি” যাত্ৰা আখ্যা দিয়ে বিজেপি সাংসদগৰাকীয়ে।

ৰাথোড়ৰ মতে এই ‘ৰাহুল গান্ধীৰ পুনৰ মুকলি’ যাত্ৰাত হিন্দু বিৰোধী, ভাৰত বিৰোধী লোকসকলে অংশগ্ৰহণ কৰিছে। এইদৰে ৰাহুল গান্ধীৰ পুনৰ মুকলিৰ নামত ৫০০ কোটি টকা ব্যয় কৰা হৈছে বুলিও দাবী কৰে ৰাথোড়ে।

কংগ্ৰেছে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিভাজনৰ ৰাজনীতি কৰাৰ অভিযোগ তুলি এই ৰাজনীতি উফৰোৱাৰ লক্ষ্যৰে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰা বুলি ঘোষণা কৰিলেও বিজেপি নেতাগৰাকীয়ে পিছে নেহৰু-গান্ধী পৰিয়ালেহে দেশখনক বিভাজিত কৰিছে বুলি অভিযোগ কৰিছে।

ৰাথোড়ে লগতে দাবী কৰে যে কংগ্ৰেছে ডাঙৰ ডাঙৰ বক্তব্য দিয়ে, কিন্তু তেওঁলোকৰ কাম সৰু। ইয়াৰ পৰিৱৰ্তে ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ৰাজস্থানৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰি আছে বুলিও সংবাদ মেলত দাবী কৰে ৰাজ্যবৰ্ধন ৰাথোড়ে।

কংগ্ৰেছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিবনুৱা ভাট্টা, কৃষি ঋণ ৰেহাই আৰু অন্যান্য বিষয়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ কৰি ৰাথোড়ে লগতে কয়, “কংগ্ৰেছে ইস্তাহাৰত অবৈধ খননৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰাৰ প্ৰতিশ্ৰুতি দিছিল।”

কিন্তু ৰাজস্থানত অবৈধ খননৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি দাবী কৰি সাংসদগৰাকীয়ে দলৰ বাবে ধন সংগ্ৰহ কৰিবলৈ বাধ্য হোৱাৰ বাবেই কংগ্ৰেছৰ জ্যেষ্ঠ বিষয়াসকলে খনিৰ চাৰিওফালে ঘূৰি ফুৰিছে বুলি উপহাস কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd