• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আনৰ পিঠাৰে বিহু! অসমত বিজেপিৰ ৮৮ জন প্ৰাৰ্থীৰ ভিতৰত ১৯ জন কংগ্ৰেছৰ, ১১ জন অন্য দলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2026 9:19 am
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে ৮৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। বিজেপিৰ এই মনোনীত প্ৰাৰ্থীসকলৰ এক উল্লেখযোগ্য সংখ্যক প্ৰাৰ্থী পূৰ্বতে বিৰোধী বা আঞ্চলিক দলৰ নেতা।

তালিকাখন বিশ্লেষণ কৰি দেখা গৈছে যে কংগ্ৰেছ, অগপ আৰু সৰু সৰু আঞ্চলিক বা জনজাতীয় সংগঠনৰ পৰা কমেও ৩০ জন প্ৰাৰ্থী অৰ্থাৎ প্ৰায় ৩৫ শতাংশই বিজেপিত স্থান লাভ কৰিছে।

Apply Now

ইয়াৰ ভিতৰত সৰ্বাধিক সংখ্যক ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সদস্য। প্ৰায় ১৯ জন প্ৰাৰ্থীয়ে বিজেপিলৈ গৈ প্ৰাৰ্থিত্ব লাভ কৰিছে।

ইয়াৰ ভিতৰত বিশিষ্ট মুখ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে জয়ন্ত মল্ল বৰুৱা, পিয়ুজ হাজৰিকা, অজন্তা নেওগ, ৰূপজ্যোতি কুৰ্মী, ভূপেন বৰা, প্ৰদ্যুত বৰদলৈ আদি জ্যেষ্ঠ নেতা।

এনে নেতাৰ অন্তৰ্ভুক্তিয়ে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নেতাক একত্ৰিত কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বিজেপিৰ কৌশলকে তুলি ধৰিছে।

তদুপৰি, এই তালিকাৰ কমেও ছয়জন প্ৰাৰ্থীৰ শিপা বিজেপিৰ মিত্ৰদল তথা অসমৰ ৰাজনীতিৰ মূল আঞ্চলিক শক্তি অসম গণ পৰিষদ (অগপ)ত।

এইক্ষেত্ৰত উল্লেখযোগ্য নামসমূহ হ’ল চন্দ্ৰ মোহন পাটোৱাৰী, পদ্ম হাজৰিকা আৰু নব কুমাৰ দলে।

বিজেপিৰ তালিকাত সৰু আঞ্চলিক আৰু জনজাতীয় সংগঠনৰ পৰা ওলাই অহা পাঁচজন নেতাকো প্ৰাৰ্থী কৰা হৈছে।

ইয়াৰ ভিতৰত পূৰ্বতে বডোলেণ্ড পিপলছ ফ্ৰণ্টৰ সৈতে জড়িত বিশ্বজিৎ দৈমাৰী আৰু মিছিং স্বায়ত্তশাসিত পৰিষদত জনজাতীয় অধিকাৰৰ নেতৃত্বৰ পৰা ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰা ৰানোজ পেগু।

আন কিছুমানৰ ভিতৰত আছে টাকাম মিছিং পোৰিন কেবাং (টিএমপিকে)ৰ সৈতে জড়িত ভূবন পেগু, তিৱা জাতীয় ঐক্য মঞ্চৰ সৈতে জড়িত ৰাম কান্ত দেউৰী আৰু ৰাভা হাছং যৌথ মঞ্চৰ টংকেশ্বৰ ৰাভা।

ৰাজনৈতিক পৰ্যবেক্ষকসকলে লক্ষ্য কৰিছে যে বিজেপিৰ প্ৰাৰ্থী তালিকাখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ প্ৰবল। তেওঁ নিজৰ পূৰ্বৰ সতীৰ্থসকলক আনি নিজৰ স্থিতি মজবুত কৰাত উঠিপৰি লাগিছে।

কিন্তু একেসময়তে বিজেপিৰ বহু নিষ্ঠাবান কৰ্মীৰ বাবে এয়া এক হতাশাৰ পৰিস্থিতি। দলীয় আনুগত্যৰ বিপৰীতে আমদানিকৃত নেতাক অগ্ৰাধিকাৰ দিয়াৰ এই প্ৰৱণতাই দলটোত নিষ্ঠা, পৰম্পৰা আৰু ৰাজনৈতিক স্বচ্ছতাক যে বিপন্ন কৰি তুলিছে সেয়া ইতিমধ্যে স্পষ্ট হ’বলৈ আৰম্ভ কৰিছে।    

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd