DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, March 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপি এটা বিশ্বাসঘাটক, প্ৰতাৰকৰ দল : অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 30, 2019 10:06 pm
bjp flag

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.4k
VIEWS
Share on FacebookShare on Twitter

এন আৰ চি সন্দৰ্ভত বিজেপি দলৰ দুমুখীয়া স্থিতিক লৈ এইবাৰ সৰৱ হোৱা দেখা গ’ল অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসক।

শুকুৰবাৰে এক প্ৰেছ বিবৃত্তি যোগে দাসে বিজেপি এটা বিশ্বাসঘাটক আৰু প্ৰতাৰক দল আখ্যা দিয়ে।

এন আৰ চি সন্দৰ্ভত বিজেপি দলৰ বিধায়কে বিৰ্তকিত মন্তব্য কৰি অহাৰ পাছতো কিয় এতিয়ালৈকে তেওঁলোকৰ ওপৰত কোনোধৰণৰ ব্যৱস্হা লোৱা নহল বুলিও দাসে প্ৰশ্ন উৎথাপন কৰে।

মুখ্যমন্ত্ৰীয়ে ঘোষনা কৰিছিল যে,

এন আৰ চি ওপৰত কোনো ধৰণৰ বিৰ্তকিত মন্তব্য কৰিলে বিহিত ব্যৱস্হা লোৱা হ’ব বুলি ঘোষণা কৰাৰ পাছতো বিজেপি বিধায়কে কেনেদৰে এটাৰ পিছত এটা বিৰ্তকিত মন্তব্য কৰাৰ সাহস পালে বুলি অভিযোগ কৰে দাসে।

আনহাতে, এন আৰ চিক লৈ ভীতিগ্ৰস্ত নহবলৈ সমূহ অসমবাসীক আহ্বান জনায় সংগঠনটোৱে।

‘আপোনালোক সকলোৱে ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্হা ৰাখক। এন আৰ চি প্ৰকাশৰ পাছতো নাম বাদ পৰা প্ৰকৃত ভাৰতীয়ই ন্যয়ালয় অথবা বিদেশী ন্যায়ধীকৰণৰ যোগেদি আবেদন কৰিব পাৰিব। সেয়েহে ভীতিগ্ৰস্ত হোৱাৰ কোনো প্ৰয়োজন নাই’-প্ৰেছ বিবৃতিত সংগঠনটোৱে এনেদৰে প্ৰকাশ কৰে।

লগতে দাসে এন আৰ চিত অসমৰ খিলঞ্জীয়া ভূমিপূত্ৰ কৈৱৰ্ত্ত, বনিয়া, হীৰা, মালি, সূত্ৰধাৰ আদি লোকসকলৰ নাম নিশ্চিতভাৱে সন্নিৱিষ্ট হ’ব বুলি আশা ব্যক্ত কৰে।

তাৰোপৰি, এন আৰ চিৰ দৰে এটা বৃহৎ পৰিসৰৰ কাম কৰোতে দুই এটা ক্ৰুটি বিচ্যুতি ৰৈ যোৱাটো স্বাভাৱিক কিন্তু ইয়াৰ বাবে সম্পূৰ্ণ এন আৰ চিৰ প্ৰক্ৰিয়াটোক সন্দেহৰ চকুৰে চোৱাতো উচিত নহয় বুলিও দাসে কয়।

এন আৰ চি প্ৰকাশৰ সময়ত কোনো ধৰণৰ উৰাবাতৰি অথবা অপ্ৰীতিকৰ পৰিস্হিতিক গুৰুত্ব নিদিবলৈ সমগ্ৰ ৰাইজক আহ্বান জনায় সংগঠনটোৱে।

Recent News

broilers seized in Srirampur

নিষেধাজ্ঞাৰ মাজতো চলিছে সৰবৰাহ! শ্ৰীৰামপুৰত ব্ৰয়লাৰ ভৰ্তি ১০ খন বাহন জব্দ

Indore Temple Floor Collaps

ইন্দোৰত ভয়াৱহ দুৰ্ঘটনা: মন্দিৰৰ পুখুৰীত পৰি ১২ গৰাকীৰ মৃত্যু

জৰায়ুৰ মুখৰ কেঞ্চাৰ(চাৰ্ভিকেল কেঞ্চাৰ)ৰ বিষয়ে কিছু কথা

জৰায়ুৰ মুখৰ কেঞ্চাৰ(চাৰ্ভিকেল কেঞ্চাৰ)ৰ বিষয়ে কিছু কথা

যৌনতাৰ বিষয়ে গুগুলে সঘনাই সন্মুখীন হোৱা প্ৰশ্নকেইটা

যৌনতাৰ বিষয়ে গুগুলে সঘনাই সন্মুখীন হোৱা প্ৰশ্নকেইটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd