• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লগত নাই আকালি, বিজেপিয়ে অকলে যুঁজিব পঞ্জাৱ বিধান সভাৰ নিৰ্বাচন

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2020 2:08 pm
a MAHALAXMI
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এনডিএৰ অন্যতম সহযোগী দল শিৰোমণি আকালি দলে কৃষি বিধেয়কক লৈ বিজেপিৰ সংগ এৰাৰ পিছতে পঞ্জাৱত একপ্ৰকাৰ সংগীহীন হৈ পৰিছে গেৰুৱা দলটো {

এনে পৰিস্থিতিত ২০২২ চনত অনুষ্ঠিত হ’বলগীয়া পঞ্জাৱ বিধান সভাৰ নিৰ্বাচনত বিজেপিয়ে ৰাজ্য খনত বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম নহ’ব বুলিয়েই ৰাজনৈতিক বিশেষজ্ঞ মহলে সন্দেহ প্ৰকাশ কৰিছে।

Apply Now

এনে সময়তে ২০২২ চনলৈ বিজেপিয়ে আকালি দলৰ সৈতে কোনো ধৰণৰ মিত্ৰতা নকৰাৰ ইংগিত দিলে দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক তৰুণ ছুগে।

আজি সাংবাদিকৰ আগত ছুগে কয় যে ২০২২ চনৰ পঞ্জাৱ বিধান সভাৰ নিৰ্বাচনত বিজেপিয়ে অকলেই যুঁজিব।

আকালি দলৰ সৈতে পুনৰ কোনো মিত্ৰতা নোহোৱাৰ ইংগিত দি ছুগে কয় যে আকালি দলেই নহয়, আন কোনো দলৰ সৈতেই পঞ্জাৱ বিজেপিয়ে মিত্ৰতা কৰাৰ সম্ভাৱনা নাই।

নিৰ্বাচনত পঞ্জাৱৰ ১১৭ খন আসনতে বিজেপিয়ে অকলেই প্ৰাৰ্থী দিব বুলি বিজেপি নেতা গৰাকীয়ে কয়।

উল্লেখ্য তিনিখনকৈ কৃষি বিধেয়ক গ্ৰহণ কৰাৰ প্ৰতিবাদত এনডিএৰ সহযোগী দল আকালি দলৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী হৰছিমৰত কৌৰে পদত্যাগ কৰিছিল।

কেৱল সেয়াই নহয়, কৃষি বিধেয়কৰ বিৰোধিতাৰে আকালি দলে এনডিএৰ সংগও ত্যাগ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

June 22, 2026 8:14 am
হাইটিৰ বিৰুদ্ধে মেচত জয়লাভৰ পিছতে ব্ৰাজিলত এলিয়েনৰ আক্ৰমণ? মাজনিশা এলাৰ্ট, তীব্ৰ আতংক

হাইটিৰ বিৰুদ্ধে মেচত জয়লাভৰ পিছতে ব্ৰাজিলত এলিয়েনৰ আক্ৰমণ? মাজনিশা এলাৰ্ট, তীব্ৰ আতংক

June 22, 2026 7:46 am
কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

June 22, 2026 8:14 am
হাইটিৰ বিৰুদ্ধে মেচত জয়লাভৰ পিছতে ব্ৰাজিলত এলিয়েনৰ আক্ৰমণ? মাজনিশা এলাৰ্ট, তীব্ৰ আতংক

হাইটিৰ বিৰুদ্ধে মেচত জয়লাভৰ পিছতে ব্ৰাজিলত এলিয়েনৰ আক্ৰমণ? মাজনিশা এলাৰ্ট, তীব্ৰ আতংক

June 22, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd