• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিয়ে নাগৰিকত্ব বিধেয়কৰ বিষয়টো ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে : আৰ পি শৰ্মা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2019 1:23 pm
R-P-Sharma-on-Dimapur

তেজপুৰৰ বিজেপি সাংসদ আৰ পি শৰ্মা। ফাইল ফটো: নৰ্থইষ্ট নাও

392
VIEWS
Share on FacebookShare on Twitter

বিজেপি সাংসদ ৰাম প্ৰসাদ শৰ্মাই লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে শেহতীয়াকৈ প্ৰকাশ কৰা ইস্তাহাৰত জনজাতিকৰণৰ বিষয়টো বাদ দিয়াৰ বাবে দলক সমালোচনা কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়ত বিজেপিৰ স্থিতি এক চমক বুলি অভিহিত কৰিছে।

কেন্দ্ৰই অসমৰ ছয়টা জনগোষ্ঠী ক্ৰমে কোচ ৰাজবংশী, মৰাণ, চুতীয়া, মটক, তাই আহোম আৰু চাহ জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱ আগবঢ়ায়।

প্ৰস্তাৱটোত বিভিন্ন সুবিধা, অধিকাৰ তথা সুৰক্ষাৰ লগতে সামগ্ৰিক উন্নয়নৰ জৰিয়তে সম্প্ৰদায়কেইটাৰ সা-সুবিধা বৃদ্ধিৰ কথা কোৱা হৈছে। কিন্তু বৰ্তমান নিৰ্বাচনী ইস্তাহাৰত বিষয়টোৰ কোনো উল্লেখ নাই।

সাংসদ শৰ্মাই বিষয়টো অৱজ্ঞা কৰাৰ বাবে বিজেপিক সমালোচনা কৰে আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিজেপিৰ স্থিতিক এক ‘চমক’ বুলি অভিযোগ কৰে।

‘’বঙালী ভোটাৰসকললৈ মোৰ অনুৰোধ, বিজেপিক বিশ্বাস নকৰিব। দলটোৱে ৰাজনৈতিক লাভৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টো ব্যৱহাৰ কৰিছে। এইটো এটা চমক,’’-সোমবাৰে এক বিবৃতিত শৰ্মাই কয়।

ৰাজ্যিক পৰ্যায়ত দলটোৰ বৰ্তমান স্থিতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰি শৰ্মাই মন্তব্য কৰে যে অসম বিজেপি ‘হিমন্ত’ বিজেপিলৈ সলনি হৈছে আৰু তলে তলে এটা ‘সোণোৱাল হাটাও’ অভিযান চলি আছে।

‘’দাদা ব্ৰিগেডে সোণোৱাল হাটাও অভিযানক উচটনি দিছে। অসম বিজেপি ‘হিমন্ত’ বিজেপিলৈ সলনি হৈছে। মই নিৰ্বাচনৰ পাছত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ৰাজ্যিক বিজেপিক উজ্জীৱিত কৰাৰ সিদ্ধান্ত লৈছো,’’-শৰ্মাই কয়।

Tags: নিৰ্বাচন ২০১৯

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd