• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গণতন্ত্ৰক উপহাস! নাবালক পুত্ৰৰ দ্বাৰা ভোট দিয়ালে বিজেপি নেতাই,কৰিলে ভিডিঅ’ও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2024 9:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ প্ৰেক্ষাপটত এজন বিজেপি নেতা৷নেতাজনে নিজেই ভোট নিদিলে। বৰঞ্চ নাবালক পুত্ৰই ইভিএম মেচিনলৈ ঠেলি দিলে! কিশোৰেও দেউতাকে শিকোৱা বুটামটো টিপি ভোট দিলে। বিজেপি নেতাগৰাকীয়ে নিজেই সমগ্ৰ ঘটনাটো নিজৰ মোবাইল ফোনত ৰেকৰ্ডিং কৰে। ভিডিঅ’টো বিয়পি পৰাৰ লগে লগে আৰম্ভ হ’ল বিতৰ্ক।ভিডিঅ’টোৰ বাবে কংগ্ৰেছৰ লগতে বিৰোধী দলসমূহে বিজেপিক সমালোচনা কৰিছে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে এজন নাবালকে বুথত প্ৰৱেশ কৰি ইভিএম মেচিনৰ কাষত উপস্থিত হয়। ইভিএমৰ বুটামটো টিপি ভোট দিয়ে। বিজেপিৰ প্ৰতীক পদুম ফুলত ভোটদান কৰা দেখা গ’ল। দেউতাকে তেওঁক পিছফালৰ পৰা ভোট দিয়া ভিডিঅ’ কৰিছিল।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে এই ভিডিঅ’টোত দেখা গৈছে মধ্যপ্ৰদেশৰ ভূপালৰ বেৰাছিয়া অঞ্চলৰ বিজেপি নেতা বিনয় মেহৰৰ পুত্ৰ। বিনয় বিজেপিৰ পঞ্চায়ত পৰ্যায়ৰ নেতা। অভিযোগ অনুসৰি ১৪ ছেকেণ্ডৰ এই ভিডিঅ’টো বিনয়ে ৰেকৰ্ডিং কৰিছিল। এই ভিডিঅ’টোৰ বিষয়ে তিনিটা মূল প্ৰশ্ন। এটা, ভোটাৰক কেনেকৈ ম’বাইল লৈ বুথত প্ৰৱেশ কৰিবলৈ দিয়া হয়? দুই, শিশুটিয়ে দেউতাকৰ লগত বুথত প্ৰৱেশ কৰাৰ অনুমতি কেনেকৈ পালে? আৰু তিনি, প্ৰশাসন আৰু নিৰাপত্তাৰক্ষীৰ সন্মুখত পুত্ৰই কেনেকৈ ভোট দিলে, কোনেও বাধা নিদিলে কিয়?

Apply Now

কংগ্ৰেছ নেতা তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ উপদেষ্টা কমল নাথে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, ‘বিজেপিয়ে নিৰ্বাচন আয়োগক শিশুৰ খেলনা কৰি পেলাইছে। ভোপালত এটি সৰু শিশুৰ সৈতে ভোটদান কৰিলে বিজেপিৰ এজন জিলা পঞ্চায়তৰ সদস্যই।তেওঁ নিজেই ভিডিঅ’টো পোষ্ট কৰিছে। তেওঁৰ বিৰুদ্ধে কিবা ব্যৱস্থা লোৱা হ’বনে?”

এই ভিডিঅ’টোক লৈ বিতৰ্কৰ মাজতে সংশ্লিষ্ট জিলা দণ্ডাধীশে বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে। সেই বুথৰ প্ৰিজাইডিং অফিচাৰক নিলম্বন কৰা হৈছে। অভিযুক্ত বিজেপি নেতাজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। এই পৰ্যন্ত নিৰ্বাচন আয়োগে এই ভিডিঅ’ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am
মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am
দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

October 18, 2026 9:00 am
কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

October 18, 2026 7:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am
মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd