• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কাশ্মীৰত উগ্ৰপন্থীৰ আক্ৰমণত গুলীবিদ্ধ পৰ্যটক দম্পতী, নিহত বিজেপি নেতা : সন্ত্ৰাসবাদ নিৰ্মূলত ব্যৰ্থ কথাচহকী মোদী!

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 20, 2024 7:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ মাজতে কাশ্মীৰৰ দুটাকৈ অঞ্চলত হোৱা উগ্ৰপন্থীৰ আক্ৰমণে সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাকে উদঙাই দিছে।

জন্মু-কাশ্মীৰত ফুৰিবলৈ আহি খোজকাঢ়ি গৈ থকা অৱস্থাত গুলীবিদ্ধ হ’ল এহাল পৰ্যটক দম্পতী।

Apply Now

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ পহলগাঁৱৰ সমীপত শনিবাৰে সংঘটিত হয় এই ঘটনা। অঞ্চলটোত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ চোৰাংচোৱাগিৰি চলি থকাৰ সময়তে উগ্ৰপন্থীয়ে নিৰ্বিচাৰে গুলীবিদ্ধ কৰে পৰ্যটক দুগৰাকীক।

জানিব পৰা মতে, ৰাজস্থানৰ জয়পুৰৰ বাসিন্দা ফাৰহা আৰু টাবৰেজে কাশ্মীৰ ভ্ৰমণলৈ গৈছিল। শনিবাৰে সন্ধিয়া উগ্ৰপন্থীৰ হঠাৎ গুলীচালনাত আহত হয় ফাৰহা। পত্নীক বচাবলৈ চেষ্টা কৰোতে টাৰ্বেজকো গুলীয়াই হত্যা কৰা হয়। বৰ্তমান স্থানীয় চিকিৎসালয়ত দুয়ো চিকিৎসাধীন হৈ আছে।

ইফালে আন এক ঘটনাত শ্বেখ আজাজ আহমেদ নামৰ এজন স্থানীয় বিজেপি নেতাকো উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে। শ্বপিয়ানৰ হুৰপোৰা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। দুটা ওচৰা অঞ্চলতে সংঘটিত হৈছে এই দুই ঘটনা।

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ৫ মে’ত জম্মু-কাশ্মীৰৰ পুঞ্চেত উগ্ৰপন্থীয়ে বায়ুসেনাৰ এখন বাহনত আক্ৰমণ চলাইছিল। সেই আক্ৰমণত নিহত হৈছিল এজন জোৱানৰ। লগতে আহত হৈছিল বায়ুসেনাৰ আন চাৰিজন জোৱান।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm
তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd