• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ডিব্ৰুগড় জিলা বিজেপিৰ সাধাৰণ সম্পাদকক গ্ৰেপ্তাৰ

Avik Chakraborty অভিক চক্ৰৱৰ্তি
ডিব্ৰুগড় , July 6, 2020 9:24 pm

1 min read

ডিব্ৰুগড় জিলা বিজেপিৰ সাধাৰণ সম্পাদকক গ্ৰেপ্তাৰ
700
VIEWS
Share on FacebookShare on Twitter

১ জুলাইত ডিব্ৰুগড়ৰ তাৰা দাস নামৰ এগৰাকী মহিলাই আত্মহত্যা কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত তেওঁৰ স্বামী নয়ন দাসক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নয়ন দাস এগৰাকী বিজেপি নেতা।

তাৰা দাস নামৰ মহিলা গৰাকী আত্মহত্যা কৰাৰ আঁৰত তেওঁৰ স্বামী নয়ন দাস জড়িত থকাৰ অভিযোগ তুলি বাণীপুৰ মহিলা সংস্থাই আৰক্ষীৰ ওচৰত দিয়া অভিযোগৰ ভিত্তিতে আজি তেওঁক গ্ৰেপ্তাৰ কৰে।

যোৱা ১ জুলাইত তাৰা দাসৰ মৃতদেহ বাণীপুৰস্থিত বাসগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়।

উল্লেখ্য যে, বিজেপি ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদকৰ লগতে ভাৰতীয় যুৱ মৰ্চাৰ জিলা সভাপতিৰ দায়িত্বত আছে নয়ন দাস। ইতিমধ্যে ডিব্ৰুগড় জিলা বিজেপিয়ে নয়ন দাসক বহিস্কৃত কৰিছে।

ভাৰতীয় দণ্ডবিধিৰ আইন অনুসৰি ৩০৬ ধাৰাৰ অধীনত ১০৬৬/২০২০ নম্বৰত ডিব্ৰুগড় আৰক্ষী থানাত নয়ন দাসৰ বিৰুদ্ধে এঠা গোচৰ ৰুজু হৈছিল।

’বাণীপুৰ মহিলা সংস্থাৰ গোচৰৰ ভিত্তিত নয়ন দাসক গ্ৰেপ্তাৰ কৰা হৈছে। নয়ন দাস হৈছে যোৱা ১ জুলাইত আত্মহত্যা কৰা তাৰা দাসৰ স্বামী’, এই ভাষ্য ডিব্ৰুগড় আৰক্ষীৰ।

Recent News

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

Norah fatehi

এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd