• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৃশংস: নিৰ্বাচনৰ প্ৰাকক্ষণত মাৰ্ঘেৰিটাত বিজেপি নেতাক হানি-খুছি হত্যা

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , March 12, 2021 9:44 pm

1 min read

BJP new
1.5k
VIEWS
Share on FacebookShare on Twitter

আজি সন্ধিয়া ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বুঢ়ীদিহিং গাঁও পঞ্চায়ত তথা বৰডুমচা থানাৰ অন্তৰ্গত ডুমডুমা- নগাঁৱত ৰাজনৈতিক সংঘাতৰ বলি হৈ প্ৰাণ বিসৰ্জন দিব লগা হয় এজন বিজেপি দলৰ বুথ সভাপতিয়ে ।

ঘটনাৰ বিৱৰণী অনুসৰি আজি সন্ধিয়া দলীয় সভা সামৰি আহি বাৰীত কৰ্মৰত অৱস্থাত থাকোতে বিজেপি দলৰ ডুমডুমা-নগাঁ‌ও বুথ সমিতিৰ সভাপতি দেবানন্দ গগৈক পূৰ্বৰে পৰা চোপ লৈ থকা স্থানীয় এজন যুৱকে পাছফালৰ পৰা চোকা অস্ত্ৰৰে আঘাত কৰে।

গুৰুতৰভাৱে আহত দেৱানন্দ গগৈ (৪৮)ক নিকটৱৰ্তী অৰুণাচল প্ৰদেশৰ বৰডুমচা চৰকাৰী চিকিৎসালয়লৈ নিয়া হৈছিল যদিও আদবাটতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

জনা মতে স্থানীয় জয় চন্দ্ৰ গগৈ নামৰ নৱগঠিত অসম জাতীয় পৰিষদৰ সদস্যজনে বৈৰী দলটোৰ বিষয়ববীয়াজনক আক্ৰমণৰ লক্ষ্য কৰি লয়।

গাঁওবুঢ়া কেশৱ ভক্তিয়াৰীৰ পৰা জানিব পৰা মতে দিনৰ ভাগতো জয়চন্দ্ৰই দাৰে আঘাত হনাৰ চেষ্টা কৰিছিল দেৱানন্দক।

আনহাতে হত্যাকাৰী জয়চন্দ্ৰ মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি জানিব পৰা গৈছে।

অন্যহাতে এইয়া ৰাজনৈতিক হত্যা নে আন কিবা সেইয়া আৰক্ষীৰ তদন্তহে স্পষ্ট হ’ব বুলি সূত্ৰত প্ৰকাশ।

ইতিমধ্যেই বৰডুমচা আৰক্ষী থানাই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd