• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হজত খোজে খোজে চলে চিণ্ডিকেট : মুমিনুল আৱাল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 19, 2019 9:25 pm
Muminul Awal

বিজেপি নেতা মুমিনুল আৱাল। ফাইল ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত হজ যাত্ৰাত খোজে খোজে চিণ্ডিকেট চলি থকাৰ গুৰুতৰ অভিযোগ আনিছে সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ মুমিনুল আৱালে।

‘হজত খোজে খোজে চিণ্ডিকেট চলে। মই আগৰ পৰাই কৈ আহিছো হজত বৃহৎ এটা চিণ্ডিকেটৰাজ চলি আছে।‘ সংবাদ মাধ্যমৰ আগত পুনৰবাৰ অসমৰ হজ কমিটীৰ বিৰুদ্ধে সৰৱ হৈ আৱালে এইদৰে মন্তব্য কৰে।

Apply Now

আনকি হজ যাত্ৰীৰ ভাড়াৰ পৰা আৰম্ভ কৰি হোটেলত থকা-খোৱা সকলোতে চিণ্ডিকেট চলা বুলি গুৰুতৰ অভিযোগ তোলে আৱালে।

আৱালৰ মতে মুম্বাইৰ পৰা যোৱা হজযাত্ৰীৰ তুলনাত অসমৰ পৰা যোৱা হজযাত্ৰীসকলৰ ভাড়া অত্যাধিক মাত্ৰাত সংগ্ৰহ কৰা হয়।

‘মুম্বাইৰ হজযাত্ৰীসকলৰ এজনৰ ফ্লাইটত অহা-যোৱা কৰা টিকটৰ মূল্য ৫৮ হাজাৰ টকা। কিন্তু আমাৰ অসমৰ পৰা ১ লাখ ১২ হাজাৰ ৪৬৭ টকা। অসমৰ পৰা মূল্য প্ৰায় দুগুণ। প্ৰায় ৫০-৬০ হাজাৰ টকা অতিৰিক্তভাৱে লৈ অহা হৈছে,‘-আৱালে কয়।

আৱালৰ প্ৰশ্ন ‘কি যুক্তিত অসমৰ পৰা দুগুণ টিকটৰ ভাড়া লৈ থকা হৈছে?

তেওঁ আৰু কয়, ‘অসমৰ পৰা গড়ে ৪০০০ হজযাত্ৰী যায়, তেওঁলোকৰ পৰা যদি ৫০ হাজাৰ টকাকৈ অতিৰিক্তভাৱে লোৱা হয়, তেন্তে প্ৰায় ২০ কোটি টকা। এই পইচাখিনি কাৰ পকেটত গৈছে? আজিৰ দিনত সেইটো বিচাৰ্য্য বিষয়।’

ইপিনে, কেৱল ফ্লাইটৰ ভাড়াতে চিণ্ডিকেট নচলে বুলি আৱালে উল্লেখ কৰি লগতে কয়, ‘হোটেলৰ নামত কিমান ধন লৈছে? মুঠৰ ওপৰত খোৱা-বোৱা-থকা, অহা-যোৱা সকলোতে চিণ্ডিকেট চলি আছে।‘

আৱালে অসমৰ হজ কমিটিৰ ওপৰত অন্য এক অভিযোগ তুলি কয়, ‘অসমত ১৬-১৭ বছৰ ধৰি যিসকলে হজ কমিটিখন খামুচা মাৰি ধৰি আছে, সেই বিলাক মানুহৰ মুখ বিলাক টি ভিত ওলায়েই থাকে। হাজি মুছাফিৰ খানাত অভ্যৰ্থনা সমিতিৰ খৰচটো কেতিয়াও ৰাজহুৱা কৰা নহয়। কংগ্ৰেছৰ দিনৰখিনি বাদ দিলো, বিজেপিৰ দিনতো ২০১৭ চনৰ পৰা ৩ বাৰ হজযাত্ৰালৈ গ’ল। এই তিনিবাৰ হজযাত্ৰাত যাওঁতে চৰকাৰ, ৰাইজে কিমান টকা দান-বৰঙণি দিলে বা সেইখিনি কি কি কামত খৰচ কৰা হ’ল সেইটো কেতিয়াও ৰাজহুৱা কৰা নহ’ল।‘

আৱালে এই সমগ্ৰ চিণ্ডিকেটৰাজৰ উচিত তদন্ত দাবী কৰাৰ লগতে অসমৰ হজযাত্ৰীসকলে ন্যায় পাব লাগে বুলিও কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd