• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে জোৱানৰ সৈতে ‘ৰিল’; বিজেপি নেতাৰ কাণ্ডক লৈ বিতৰ্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2025 8:19 am
141
VIEWS
Share on FacebookShare on Twitter

দেশৰ ২৬ জন লোকে সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱাইছে। প্ৰতিশোধ বিচাৰিছে ভাৰতে। এই উত্তেজিত পৰিবেশত বিজেপি নেতা ৰবীন্দ্ৰ ৰাইনাই ভাৰতীয় সেনাৰ সৈতে ‘ৰিল’ বনাই বিতৰ্কৰ সৃষ্টি কৰিছে।

এনে ঘটনা সন্দৰ্ভত বিৰোধীয়ে কটু মন্তব্য কৰিয়েই থমকি ৰোৱা নাই। তেওঁলোকৰ প্ৰশ্ন, গেৰুৱা নেতাৰ এই দায়িত্বহীন আচৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেনেকৈ মানি লৈছে?

দেওবাৰে ছ’চিয়েল মিডিয়া হেণ্ডেল এক্স আৰু ইনষ্টাগ্ৰামত ১৪ ছেকেণ্ডৰ এই ভিডিঅ’টো পোষ্ট কৰে ৰবীন্দ্ৰ ৰাইনাই। তাতে জম্মু-কাশ্মীৰৰ বৰফেৰে ভৰা উপত্যকাত সেনা পোছাক পৰিহিত জোৱানৰ সৈতে তেওঁকো দৌৰি থকা দেখা গৈছে। ভিডিঅ’টোৰ কেপচনত লিখা আছে ‘জয় হিন্দ’।

কংগ্ৰেছে কয় যে পেহেলগামত ২৬ জন নাগৰিকৰ মৃত্যুত দেশে শোক প্ৰকাশ কৰি থকাৰ সময়তে, যুদ্ধৰ উত্তেজনা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ সময়তে এজন বিজেপি নেতাই ভাৰতীয় সেনাক লৈ ‘ৰিল’ বনাইছে। ইয়াতকৈ ডাঙৰ ল’ৰা-ধেমালি আৰু কি হ’ব পাৰে?

#JaiHind 🇮🇳
🔥🔥🔥 pic.twitter.com/vH4XYKkrpI

— Ravinder Raina (@RavinderRaina) May 4, 2025

কংগ্ৰেছে লগতে অভিযোগ কৰে যে পেহেলাগামৱৰ দৰে ঘটনাৰ বাবে ৰবীন্দ্ৰৰ কোনো অনুশোচনাৰ ভাৱ নাই। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গেৰুৱা নেতাৰ এই লজ্জাজনক আচৰণ মানি লৈছে!

BJP National Executive Member @RavinderRaina's reels with security forces in Kashmir. This is the treatment BJP leaders or even fake PMO officials get. But not a single police or military person was posted where over 2000 tourists visit. Not a single gunshot was fired back. pic.twitter.com/R4gDbqbcxJ

— Congress Kerala (@INCKerala) May 5, 2025

কংগ্ৰেছৰ উপৰিও শিৱসেনাৰ নেত্ৰী (উদ্ধৱ শিবিৰ) প্ৰিয়ংকা চতুৰ্বেদীয়েও ৰবীন্দ্ৰ ৰাইনাৰ বিৰুদ্ধে আঙুলি তুলিছে।

Recent News

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd