DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাম মন্দিৰৰ নিৰ্মাণ আৰম্ভ হ’লেই ধ্বংস হ’ব কৰ’না ভাইৰাছ; কোনে দিলে এই মন্তব্য?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2020 3:44 pm
rameshvwa

বিজেপি নেতা, মধ্য প্ৰদেশ বিধান সভাৰ প্ৰটেম অধ্যক্ষ ৰামেশ্বৰ শৰ্মা।

7.8k
VIEWS
Share on FacebookShare on Twitter

ৰাম মন্দিৰ নিৰ্মাণৰ কাম এবাৰ আৰম্ভ হ’লেই ধ্বংস হ’ব কৰ’না ভাইৰাছ। ভগৱান ৰামচন্দ্ৰই সন্তুষ্ট হৈ এই এই মাৰাত্মক ভাইৰাছক দমন কৰিব।

এই মন্তব্য কেৱল এগৰাকী ৰামভক্তৰেই নহয়, তেওঁ এগৰাকী বিজেপি নেতা তথা মধ্য প্ৰদেশ বিধানসভাৰ প্ৰটেম অধ্যক্ষ ৰামেশ্বৰ শৰ্মাৰ।

বিজেপিৰ এই নেতাগৰাকীয়ে বিশ্বাস কৰে যে অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম এবাৰ আৰম্ভ হ’লে কৰ’না ভাইৰাছ মহামাৰী দূৰ হ’ব।

অহা ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজাৰ দিন ঠিক কৰা হৈছে।

বুধবাৰে গোৱালিয়ৰৰ এখন সংবাদমেলত বিজেপি নেতা ৰামেশ্বৰ শৰ্মাই কয়,’’তেওঁ (ভগৱান ৰামচন্দ্ৰ) মানৱ জাতিৰ কল্যাণ তথা ৰাক্ষসসকলক বধ কৰাৰ বাবে পুনৰ্জন্ম লৈছিল। ৰাম মন্দিৰটো নিৰ্মাণ আৰম্ভ হোৱাৰ লগে লগে কৰ’না মহামাৰীৰ ধ্বংসও আৰম্ভ হ’ব।‘’

মধ্য প্ৰদেশ বিধানসভাৰ প্ৰটেম অধ্যক্ষ শৰ্মাই লগতে কয়, ‘’কেবল ভাৰতে নহয়, সমগ্ৰ বিশ্বই কৰ’না মহামাৰীৰ গ্ৰাসত পৰিছে। আমি সামাজিক দূৰত্ব বজাই ৰখাই নহয়, আমাৰ পৱিত্ৰ দেৱ-দেৱতাসকলকো স্মৰণ কৰিছো। উচ্চতম ন্যায়ালয়েও ৰাম মন্দিৰ নিৰ্মাণৰ নিৰ্দেশ দিছে।‘’

অহা ৫ আগষ্টত অযোধ্যাত হ’বলগীয়া ভূমিপূজাত উপস্থিত থাকিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

তদুপৰি, প্ৰধান মন্ত্ৰীৰ উপৰি এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰা হৈছে গৃহ মন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত, বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰ, মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰেকে ধৰি প্ৰায় তিনিশ অতিথিক।

Recent News

Owaisi

ভাৰতীয় হোৱা হ’লেই বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ সন্মুখীন হ’ল হয় হিণ্ডেনবাৰ্গ!

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd