• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমেথিত ৰাহুল গান্ধীক পৰাস্ত কৰি মা কামাখ্যাৰ আশীৰ্বাদ লবলৈ অসমত উপস্থিত স্মৃতি জুবিন ইৰাণী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 28, 2019 5:33 pm

1 min read

BJP leader Smriti Irani visit Kamakhya Temple after her win in loksabha election

কামাখ্যা ধামত উপস্থিত হোৱাৰ সময়ত স্মৃতি ইৰাণী। উৎস-ইণ্টাৰনেট

1.3k
VIEWS
Share on FacebookShare on Twitter

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ দুৰ্গ খ্যাত আমেথি সমষ্টিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীক পৰাস্ত কৰা বিজেপিৰ জনপ্ৰিয় নেত্ৰী স্মৃতি জুবিন ইৰাণী আজি মা কামাখ্যাৰ আশিস লোৱাৰ বাবে গুৱাহাটীত উপস্থিত হয়।

ইণ্ডিগ’ বিমানেৰে মুম্বাইৰ ছ্ত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা গুৱাহাটীৰ বৰঝাৰ স্থিত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱা স্মৃতি ইৰাণীয়ে বিমানবন্দৰৰ পৰা পোনে পোনে মা কামাখ্যাৰ আশিস লোৱাৰ উদ্দেশ্যে নীলাচল পাহাৰত থকা কামাখ্যা দেৱালয়ত উপস্থিত হয়।

শক্তিপীঠত উপস্থিত হৈ স্মৃতি ইৰাণীয়ে বগলা মন্দিৰত পূজা-অৰ্চনা কৰি দেৱীৰ আশীৰ্বাদ গ্ৰহণ কৰে।

আনহাতে, কামখ্যা মন্দিৰ দৰ্শন কৰি পুনৰ আজিয়ে মুম্বাইলৈ উৰা মাৰিব বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃগৰাকী। নিৰ্বাচনৰ পূৰ্বেও ইৰাণী গুৱাহাটীলৈ অহাৰ সময়ত কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল।

আজি বিজেপি নেতৃগৰাকীৰ অসম ভ্ৰমণৰ সময়ত কোনো ধৰণৰ দলীয়  সংবাদমেল সম্বোধন কৰাৰ সম্ভাৱনা নাই। এয়া তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত ভ্ৰমণ বুলি  খবৰ লাভ কৰা গৈছে।

উল্লেখযোগ্য যে, ৩০ মে’ত শপত গ্ৰহণ কৰিবলগীয়া নতুন মোদী কেবিনেটত স্মৃতি ইৰাণীয়ে স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মোদী কেবিনেটৰ শেষৰফালে তেওঁ টেক্সটাইল মন্ত্ৰী হিচাপে কাৰ্য্যভাৰ পালন কৰিছিল।

Recent News

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd