DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুজৰাটৰ বিধানসভা নিৰ্বাচনঃ জনজাতীয় লোকক গুৰুত্ব দি ‘সংকল্প পত্ৰ’ প্ৰকাশ কৰিলে বিজেপিয়ে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 26, 2022 6:02 pm
82
VIEWS
Share on FacebookShare on Twitter

গুজৰাটত নিৰ্বাচন সমাগত৷ ইতিমধ্যে ৰাজ্য খনত নিৰ্বাচনী বতাহ জোৰেৰে ব’বলৈ আৰম্ভ কৰিছে৷ এনে সময়তে আজি বিজেপিয়ে ৰাজ্য খনৰ জনজাতীয় লোকসকলক অধিক গুৰুত্ব দি প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ ‘সংকল্প পত্ৰ’৷ ‘সংকল্প পত্ৰ’ত বিজেপিয়ে দেশদ্ৰোহীসকলৰ মোকাবিলা কৰিবলৈ নতুন কোষ গঠনৰ প্ৰতিশ্ৰুতি দিছে।সেই কোষৰ নাম হ’ব ‘উগ্ৰবাদ বিৰোধী কোষ’ ।

সংকল্প পত্ৰত বিজেপিয়ে ৫৬ টা জনজাতীয় অধ্যুষিত এলেকাত ৰেচনৰ “মোবাইল ডেলিভাৰী”ৰ কথা উল্লেখ কৰিছে। ২০ লাখ চাকৰি সৃষ্টি কৰাৰো প্ৰতিশ্ৰুতি দিছে দলটোৱে৷লগতে অহা পাঁচ বছৰত গুজৰাটৰ যুৱপ্ৰজন্মৰ বাবে ২০ লাখ চাকৰি সৃষ্টি কৰা,বৃদ্ধা, মহিলাসকলৰ বাবে বিনামূলীয়া বাছ যাত্ৰা,অহা পাঁচ বছৰত এক লাখৰো অধিক মহিলাক চৰকাৰী চাকৰি দিয়া ,শ্ৰমিকসকলক ২ লাখ টকালৈকে ঋণৰ বাবে কোনো গেৰাণ্টৰৰ প্ৰয়োজন নহ’ব,ইয়াৰ বাবে চৰকাৰে শ্ৰমিক ক্ৰেডিট কাৰ্ড জাৰি কৰিব,অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীসকলক বৈদ্যুতিক স্কুটাৰ প্ৰদান কৰা হ’ব,অনুসূচীত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে আঠখন চিকিৎসা মহাবিদ্যালয় আৰু ১০ খন নাৰ্চিং আৰু পেৰামেডিকেল মহাবিদ্যালয় স্থাপন কৰা হ’ব,গোশালাৰ উন্নয়নৰ বাবে ৫০০ কোটি টকাৰ অতিৰিক্ত বাজেট আৱণ্টন কৰা হ’ব। ১,০০০ খন অতিৰিক্ত পশু চিকিৎসালয় স্থাপন কৰা হ’ব বুলিও বিজেপিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছে৷

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd