• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপক ৫০ খন আসন এৰি দিব বিজেপিয়ে; কিন্তু এটা চৰ্ত ধৰি দিলে হিমন্তই

বিপিএফ বাদ! ২০২১ ত মিত্ৰতাৰ পটভূমি পৰিৱৰ্তন হোৱাৰ ইংগিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 10, 2020 8:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিত্ৰদল অসম গণ পৰিষদক ৫০ খন আসন এৰি দিবলৈ সাজু হৈছে ভাৰতীয় জনতা পাৰ্টী। এই কথা চৰ্ত সাপেক্ষে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

খানাপাৰাত অনুষ্ঠিত হোৱা শ্বহীদ দিৱসৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত হিমন্তই কয় ‘অগপই নিজৰ জনপ্ৰিয়তা অনুযায়ী বিজেপিৰ পৰা আসন লাভ কৰিব। অগপৰ কিমান জনপ্ৰিয়তা আছে সেয়া সাংবাদিকে কাকতত লিখা কথাসমূহৰ পৰা বিচাৰ কৰিম। যদি সংবাদ মাধ্যমে অগপৰ জনপ্ৰিয়তা ৫০ খনত আছে বুলি কয় তেন্তে আমি ৫০ খনৰ ফালে যাব লাগিব।‘

Apply Now

‘এই দুমাহে কাকতে পত্ৰই যিবোৰ লিখিব সেইসমূহৰ ওপৰতে আমি পৰ্য্যালোচনা তথা পৰ্য্যবেক্ষণ কৰিম কাৰ কিমান জোৰ আছে।‘

ইপিনে, বিপিএফক বাদ কৰি ২০২১ ত মিত্ৰতাৰ এক নতুন পটভুমিৰ কথা সদৰী কৰে হিমন্তই।

‘২০১৬ ত বিজেপি, বিপিএফ আৰু অগপ মিত্ৰতাত আছিলো। ২০২১ ত মিত্ৰতাৰ পটভূমি পৰিৱৰ্তন হ’ব। ২০২১ ৰ বিধানসভাত মিত্ৰতাত অসম গণ পৰিষদ থকাটো আমি পোষকতা কৰো।‘ হিমন্তই এইদৰে কয়।

তেওঁ লগতে বিপিএফৰে ২১ ত মিত্ৰতা নকৰাৰ ইংগিত দি কয় ‘প্ৰমিলাৰাণী ব্ৰহ্ম, ৰিহন দৈমাৰী আৰু চন্দন ব্ৰহ্ম ২০২১ চনলৈকে মন্ত্ৰী হৈ থকাৰ অধিকাৰ সম্পূৰ্ণ আছে। ২০১৬ ত নিৰ্বাচনী মিত্ৰতা ৫ বছৰৰ বাবে কৰা হৈছিল। ২০২১ ত কি হ’ব কি নহ’ব সেয়া খুব কম দিনৰ ভিতৰত পোহৰলৈ আহিব। ২০২১ ত বিপিএফৰ লগত মিত্ৰতা হোৱাটো অতি ক্ষীণ।‘

ইপিনে, AJP , ৰাইজৰ দল কিবা পিডিপি তেওঁলোক ভালে-কুশলে থাকক বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো বুলি মন্তব্য কৰি তেওঁ লগতে কয় ‘সকলো একেলগ হৈ ভালে-কুশলে থাকক।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd