• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভাত এইবাৰো সংখ্যাগৰিষ্ঠ দল হোৱাৰ সপোন পূৰণ নহ’ব পাৰে বিজেপিৰ, কিন্তু কিয়?

 এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2021 7:04 pm
bjp
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশ শাসন কৰিছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে। লোকসভাৰ মজিয়াত নিঃসন্দেহে বিজেপিৰ সাংসদৰ সংখ্য অধিক।কিন্তু ৰাজ্যসভাত বিজেপিৰ সাংসদৰ সংখ্যা আজিও সংখ্যগৰিষ্ঠ হ’ব পৰা নাই। বিজেপিয়ে লোকসভাৰ দৰেই ৰাজ্য সভাতো সংখ্যাগৰিষ্ঠতা অৰ্জন কৰাৰ সপোন দেখি আহিছে যদিও দলটোৰ সেই আশা হয়তো এইবাৰ পূৰ নহ’ব।

শেহতীয়াকৈ অসম, হিমাচল প্ৰদেশ আদি ৰাজ্যক বাদ দি আন কেইবাখনো ৰাজ্যৰ বিধানসভা বিজেপিয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাই।

Apply Now

ইয়াৰ প্ৰভাৱ ৰাজ্যসভাৰ আসনৰ ওপৰতো পৰিব।বৰ্তমান ৰাজ্যসভাত থকা বিজেপিৰ সাংসদৰ সংখ্যা হৈছে ৯৩।এই সংখ্যা সংখ্যগৰিষ্ঠতা লাভ কৰিবলৈ প্ৰয়োজন হোৱা সংখ্যাতকৈ বহু কম। অহা বছৰ দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন।

বিজেপিয়ে এই নিৰ্বাচনত ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ আৰু ছট্টিশগড়ত বাৰুকৈয়ে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। অহা বছৰ তিনিটা পৰ্যায়ত ৰাজ্যসভাৰ ৭১ খন আসম খালী হ’ব।

অন্ধ্ৰপ্ৰদেশত বৰ্তমান বিজেপিৰ ৰাজ্যসভাৰ সাংসদ আছে ৪ গৰাকী।ইয়াৰে তিনি জনৰ অহা বছৰ কাৰ্যকাল শেষ হ’ব।এইবাৰ অন্ধ্ৰপ্ৰদেশত বিজেপিয়ে খালী হ’বলগীয়া তিনি খন আসনৰ এখনো লাভ কৰাৰ আশা নাই।

একেদৰে ৰাজস্থানত অহা বছৰৰ জুলাই মাহত খালী হ’ব ৰাজ্যসভাৰ ৪ খন আসন।ইয়াৰে ৩ খনতে কংগ্ৰেছে জয়ী হোৱাৰ সম্ভাৱনা স্পষ্ট। ৰাজ্য সমূহত বিজেপিৰ আধিপত্য হ্ৰাস হোৱাৰ বাবেই এনে হোৱাৰ সম্ভাৱনা আছে।ছট্টিশগড়তো বিজেপিয়ে এইবাৰ ১ খন আসন হেৰুৱাব পাৰে।তামিলনাডুত বিজেপিৰ মিত্ৰ দল এআইএডিএমকে দলৰ দখলত থকা দুখন আসন খালী হ’ব।

তামিলনাডুত শেহতীয়াকৈ হোৱা ৰাজনৈতিক পট পৰিৱৰ্তনৰ বাবে এআইএডিএমকে দলে এখন আসনহে ধৰি ৰাখিবলৈ সক্ষম হ’ব পাৰে।

পঞ্জাৱতো ৰাজনৈতিক সমীকৰণ সলনি হোৱা বাবে বিজেপিৰ হাতৰ পৰা গুচি যাব পাৰে এখন আসন।

দেশৰ কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ আধিপত্য কমি যোৱাৰ বাবেই ৰাজ্যসভাৰ আসনৰ ক্ষেত্ৰতো দলটোৱে মূল্য ভৰিব লাগিব সেয়া নিশ্চিত।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

June 26, 2026 7:22 pm

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

June 26, 2026 7:00 pm
শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

June 26, 2026 6:48 pm
বৰদোৱা সত্ৰ আৰু কাৰ্বি ৰজা চেতুৱা ৰংহাং: মধ্য অসমৰ হেৰাই যোৱা গৌৰৱোজ্জ্বল ইতিহাসৰ পুনৰুদ্ধাৰ

বৰদোৱা সত্ৰ আৰু কাৰ্বি ৰজা চেতুৱা ৰংহাং: মধ্য অসমৰ হেৰাই যোৱা গৌৰৱোজ্জ্বল ইতিহাসৰ পুনৰুদ্ধাৰ

June 26, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

June 26, 2026 7:22 pm

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

June 26, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd