• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জোতা খুলি ICUত সোমাবলৈ কোৱাত ক্ষুব্ধ বিজেপি মেয়ৰ; হাস্পাতাল ভাঙি দিবলৈ মাতি আনিলে বুলডজাৰ!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 23, 2023 4:25 pm
1.8k
VIEWS
Share on FacebookShare on Twitter

হাস্পাতালৰ ICU প্ৰৱেশ কৰিবলৈ জোতা খুলিবলৈ কোৱাৰ পিছতে ক্ষুব্ধ মেয়ৰে ফোন কৰি মাতিলে বুলডজাৰ। উদ্দেশ্য হস্পিতালখন ভাঙি দিয়া! এনে ঘটনাই দেখা গৈছিল লক্ষ্ণৌত। এই বিষয়টোক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছত এনে কোনো ঘটনা সংঘটিত হোৱা নাই বুলি হাস্পাতাল কৰ্তৃপক্ষই অস্বীকাৰ কৰিছে। অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষই মেয়ৰ চিকিৎসালয়লৈ অহা বুলি মানি লৈছে।

যোৱা সোমবাৰে লক্ষ্ণৌৰ মেয়ৰ সুষমা খৰাকৱালে বিজনোৰ অঞ্চলৰ এখন ব্যক্তিগত হাস্পাতাল পৰিদৰ্শন কৰে। তাতে চিকিৎসাধীন হৈ আছে এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া সুৰেন কুমাৰ। তেওঁক চাবলৈ এটা দল লৈ মেয়ৰ হাস্পাতাললৈ গৈছিল।

লগতে পঢ়ক: মিজোৰামত নির্মাণৰত ৰে’ল দলং ভাঙি ভয়ংকৰ বিপৰ্যয়; কমেও ১৭ জন লোকৰ মৃত্যু

হাস্পাতালত চিকিৎসকে জোতা পিন্ধি মেয়ৰক আই চি ইউত প্ৰৱেশ কৰাত বাধা দিয়ে। মেয়ৰক জোতা খুলি ICUত প্ৰৱেশ কৰিবলৈ কোৱা হয়।

অভিযোগ অনুসৰি, প্ৰৱেশত বাধা দিয়াৰ পিছতে তেওঁৰ ধৈৰ্যচ্যুতি ঘটে। হাস্পাতালৰ কৰ্মচাৰী আৰু মেয়ৰৰ মাজত তীব্ৰ বাক্-বিতণ্ডা হয়।

অভিযোগ মতে, তৰ্ক চলি থকাৰ সময়তে মেয়ৰে ফোন কৰি বুলডজাৰ মাতে। তেওঁ হাস্পাতালখন ভাঙি পেলোৱাৰ ভাবুকি দিয়ে। মেয়ৰৰ ফোনৰ কিছু সময়ৰ পিছতে হাস্পাতালৰ চৌহদত দেখা যায় এখন বুলডজাৰ। যদিও তেতিয়ালৈ বিষয়টো নিষ্পত্তি হৈছিল বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।

লগতে পঢ়ক: ভাৰতত সম্ভৱ! দ্ৰুতবেগত গাড়ী চলাই জৰিমনা ভৰিলে কানাডাৰ বিত্তমন্ত্ৰীয়ে

এই পৰিপ্ৰেক্ষিতত হাস্পাতালখনৰ পৰিচালকে কয় যে মেয়ৰগৰাকীয়ে হাস্পাতালখনলৈ আহিছিল আৰু চিকিৎসকৰ সৈতে তেওঁৰ কথা হয়। কিন্তু বুলডজাৰ অনাটো আৰু মেয়ৰৰ সৈতে কোনো বাক্-বিতণ্ডাৰ কথাটো তেওঁ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে। সংবাদ মাধ্যমৰ একাংশক ভুৱা বাতৰি প্ৰচাৰ কৰা বুলিও তেওঁ সমালোচনা কৰে।

Recent News

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ বিধেয়কত সন্মতি প্ৰদানৰ সময়সীমা! উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ব্যাখ্যা…

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ বিধেয়কত সন্মতি প্ৰদানৰ সময়সীমা! উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ব্যাখ্যা…

ঋণৰ বোজা সহিব নোৱাৰি সৰ্বনাশী কাণ্ড : তিনি সন্তানক বিহ খুৱাই হত্যা কৰি পিতৃ-মাতৃয়েও ল’লে চৰম সিদ্ধান্ত

ঋণৰ বোজা সহিব নোৱাৰি সৰ্বনাশী কাণ্ড : তিনি সন্তানক বিহ খুৱাই হত্যা কৰি পিতৃ-মাতৃয়েও ল’লে চৰম সিদ্ধান্ত

৩২০০ কোটি টকাৰ আবকাৰী দুৰ্নীতি! অন্ধ্ৰত গ্ৰেপ্তাৰ জগন ৰেড্ডীৰ দলৰ সাংসদ

৩২০০ কোটি টকাৰ আবকাৰী দুৰ্নীতি! অন্ধ্ৰত গ্ৰেপ্তাৰ জগন ৰেড্ডীৰ দলৰ সাংসদ

অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী! সীমান্ত উত্তেজনা সমাধানৰ পৰামৰ্শ চিপিআইৰ

অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী! সীমান্ত উত্তেজনা সমাধানৰ পৰামৰ্শ চিপিআইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd