• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী: ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰে ‘ভাবী জী’ পাপড়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2020 5:29 pm
papad-62
345
VIEWS
Share on FacebookShare on Twitter

যিটো সময়ত ঘাতক ক’ৰ’ণা ভাইৰাছৰ দৰৱ বিচাৰি বিশ্বৰ বিজ্ঞানী সকলে উদয়াস্ত শ্ৰম কৰিছে সেই সময়তে ভাৰতবৰ্ষত বহতে ক’ৰ’ণা ভাইৰাছৰ মহৌষধ উলিয়াই মানুহক ক্ষণিকৰ বাবে হ’লেও আশ্বস্ত কৰিছে।

ক’ৰ’ণা ভাইৰাছৰ দৰৱ সন্দৰ্ভত নানা মুনিৰ নানা মতৰ সময়তে এই বাৰ কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীয়ে ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা এন্টিবডি সৃষ্টিকাৰী এবিধ বিশেষ পাপড়ৰ কথা প্ৰচাৰ কৰিছে।

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ভাবী জী পাপড় নামৰ এবিধ পাপড় বজাৰত মুকলি কৰি কয় যে এই পাপড় বিধে ক’ৰ’ণা ভাইৰাছৰ পৰা মানুহক সুৰক্ষা দিব পাৰিব।

ভাবী জী পাপড় খালে দেহত এন্টিবডিৰ সংখ্যা বাঢ়িব আৰু লোক এজনে সহজে ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰিব।

তেওঁ এই বিষয়ে এটা ভিডিঅ’ও প্ৰচাৰ কৰিছে।

আত্ম নিৰ্ভৰ ভাৰত অভিযানৰ অধীনত এজন ব্যৱসায়ীয়ে প্ৰস্তুত কৰা ভাবী জী পাপড়ৰ প্ৰশংসাত পঞ্চ মুখ হৈ পৰা মেঘৱালে এই পাপড়ে ক’ৰ’ণা ভাইৰাছৰ সৈতে যুঁজাত মানুহক সহায় কৰে বুলি ছ’চিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে এতিয়া বিষয়টোক লৈ ব্যাপক চৰ্চা হোৱা দেখা গৈছে।

Tags: COVID-19

Recent News

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

ৰেলপথ-ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন সুনিশ্চিত কৰাৰ আহ্বানেৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ

ৰেলপথ-ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন সুনিশ্চিত কৰাৰ আহ্বানেৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ

ইৰাণৰ নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীক হত্যাৰ ভাবুকি

ইৰাণৰ নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীক হত্যাৰ ভাবুকি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd